• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইম্ফলত শক্তিশালী আই ই ডি উদ্ধাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 21, 2020 3:39 pm

1 min read

ইম্ফলত শক্তিশালী আই ই ডি উদ্ধাৰ
167
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে মণিপুৰৰ ৰাজধানী ইম্ফলত এটা শক্তিশালী আই ই ডি উদ্ধাৰ হয়।

ইম্ফলৰ খংবা বাজাৰ অঞ্চলত সোমবাৰে এই আই ই ডিটো উদ্ধাৰ হয় বুলি খবৰ লাভ কৰা গৈছে।

অসম ৰাইফলছৰ এটা দলে অঞ্চলটোত শক্তিশালী আই ই ডিটো সম্পৰ্কে সম্ভেদ লাভ কৰাৰ পাছতে পূৱ ইম্ফল আৰক্ষীয়ে আই ই ডিটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পূৱ ইম্ফলৰ খংবা বাজাৰ অঞ্চলত সোমবাৰে ৰাতিপুৱা সুৰক্ষা বাহিনীৰ এটা দলে শক্তিশালী আই ই ডিটো উদ্ধাৰ কৰে আৰু ভয়াবহ বিস্ফোৰণৰ পৰা অঞ্চলটোক ৰক্ষা কৰে।

আই ই ডিটো উদ্ধাৰৰ পাছতে বোমা নিষ্ক্ৰিয়কাৰী এটা ততাতয়াকৈ উক্ত স্থানত উপস্থিত হয় আৰু আই ই ডিটো উদ্ধাৰ কৰে।

প্ৰায় ১১ টা মান বজাত বোমা নিষ্ক্ৰিয়কাৰী দলটোৱে উদ্ধাৰ হোৱা আই ই ডিটো নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয়।

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে মণিপুৰ আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত তদন্ত অব্যাহত ৰাখিছে।

বৰ্তমানলৈ কোনো উগ্ৰবাদী সংগঠনে উদ্ধাৰ হোৱা আই ই ডিটো সম্পৰ্কত দায়িত্ব স্বীকাৰ কৰা নায়।

 

Recent News

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd