• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বাকীত বিড়িৰ পেকেট নিদিয়াৰ বাবেই বৃদ্ধাক মৰিয়াই হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2024 5:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে এক আচৰিত ঘটনা।ইতিমধ্যে ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এগৰাকী বৃদ্ধাই বাকীত বিড়ি খোজাত দিবলৈ অস্বীকাৰ কৰাৰ পাছতেই এজন যুৱকে বৃদ্ধাগৰাকীক মৰিয়াই হত্যা কৰে৷

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰামকালী দেৱীয়ে কানপুৰৰ ফিৰোজপুৰ গাঁৱত পুত্ৰ জয়বীৰ সিং আৰু নাতিনীয়েকৰ সৈতে বাস কৰিছিল। তেওঁলোকৰ এখন গেলামালৰ দোকান আছিল। ৪ মে’ত দোকানখনত ৰামকালী অকলে আছিল। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, নিশা ঘৰলৈ উভতি অহা জয়বীৰে মাতৃক মৃত অৱস্থাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। বৃদ্ধাগৰাকীৰ মূৰ, ডিঙি, বুকু আৰু পিঠিত আঘাত পাইছে।

সেই অৱস্থাত মাতৃক দেখি জয়বীৰে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে আহি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মাতৃৰ মৃত্যুৰ বাবে জয়বীৰে বিনয় কাটিয়া নামৰ গাঁৱৰ এজন লোকক দোষাৰোপ কৰে। লগতে থানাত তেওঁৰ নামত এজাহাৰ দাখিল কৰে। জয়বীৰে কেৱল বিনয়কে নহয়, ছিপু নামৰ এজন ব্যক্তিৰ বিৰুদ্ধেও হত্যাৰ অভিযোগ উত্থাপন কৰিছিল।পাছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অভিযুক্তক বিচাৰিবলৈ আৰম্ভ কৰে। দুদিনমান পাছত মূল অভিযুক্ত বিনয়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। লগতে উদ্ধাৰ কৰে এডাল লাঠি। আৰক্ষীৰ মতে, সেই লাঠিৰেই বৃদ্ধাগৰাকীক প্ৰহাৰ কৰি হত্যা কৰা হৈছিল৷

Apply Now

আৰক্ষীৰ জেৰাত বিনয়ে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। তেওঁ আৰক্ষীক জনাইছিল যে আগতে ৰামকালীৰ দোকানৰ পৰা বস্তু বাকীলৈ লৈছিল। এহাজাৰ টকা বিনয়ৰ বাকী আছিল। ৪ মে’ত যেতিয়া ৰামকালীয়ে দোকানলৈ গৈ বিড়িৰ পেকেট এটা খুজিছিল, তেতিয়া তাই বিড়ি দিবলৈ অমান্তি হৈছিল। তেওঁ বিনয়ক কয়, যদি ঋণ পৰিশোধ নহয়, তেন্তে আৰু একো দিয়া নহ’ব। সেই কথা শুনি বিনয়ৰ খং উঠিল। বিনয়ে বৃদ্ধাগৰাকীক হাতত থকা লাঠিৰে কোবাবলৈ ​​ধৰিলে। ঘটনাৰ সময়ত তেওঁৰ লগত আছিল আন এজন গাঁৱৰ মানুহ। তেওঁৰ বিৰুদ্ধেও হত্যাৰ অভিযোগো উত্থাপন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

October 18, 2026 9:55 am
দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

October 18, 2026 9:00 am
কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

October 18, 2026 7:59 am
N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

October 18, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

October 18, 2026 9:55 am
দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

October 18, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd