• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দিনটোত ১০ ঘণ্টাৰ কৰ্মৰ সময়! অন্ধ্ৰ চৰকাৰে ৯ ঘণ্টাৰ পৰা বৃদ্ধি কৰিলে কামৰ সময়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2025 6:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ধ্ৰ প্ৰদেশ চৰকাৰে বৃদ্ধি কৰিছে কৰ্মচাৰীৰ দৈনিক কৰ্মৰ সময়। এতিয়া ন ঘণ্টা নহয়, কৰ্মচাৰিয়ে দিনটোত ১০ ঘন্টাকৈ কাম কৰিব লাগিব। সময়ৰ কামৰ সৰ্বোচ্চ সীমা বৃদ্ধি কৰাৰ লগতে মহিলাৰ কামৰ নিয়মো সলনি কৰিছে। অন্ধ্ৰ চৰকাৰৰ মতে এই নতুন নিয়মৰ বাবেই বিনিয়োগকাৰীসকল অধিক সক্ৰিয় হৈ উঠিব। যদি বিনিয়োগ বৃদ্ধি পায়, তেন্তে কৰ্মসংস্থাপনৰ সুযোগো বৃদ্ধি পাব। অন্ধ্ৰ প্ৰদেশৰ টিডিপি নেতৃত্বাধীন এনডিএ চৰকাৰে কৰ্মৰ সময় বৃদ্ধি কৰাৰ সিদ্ধান্তৰ তীব্ৰ সমালোচনা কৰিছে বিৰোধীয়ে।

সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি অন্ধ্ৰপ্ৰদেশৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী কে পাৰ্থসাৰথিয়ে কয় যে ৰাজ্যখনৰ শ্ৰম আইন সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। অন্ধ্ৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, ৫৪ নং ধাৰাত ৯ ঘণ্টীয়া কৰ্তব্য ১০ ঘণ্টালৈ বৃদ্ধি কৰা হৈছে। ৫৫ নং ধাৰা অনুসৰি কৰ্মচাৰীসকলক পাঁচ ঘণ্টা কাম কৰাৰ পিছত এঘণ্টা জিৰণি ল’বলৈ দিয়া হৈছিল। সেই সময়সীমাও ছয় ঘন্টালৈ বৃদ্ধি কৰা হৈছে। শ্ৰম আইন অনুসৰি অন্ধ্ৰ প্ৰদেশৰ কৰ্মচাৰীয়ে অতিৰিক্ত কৰ্মৰ সময়সীমা ৭৫ ঘন্টাৰ পৰা ১৪৪ ঘন্টালৈ বৃদ্ধি কৰিছে।

Apply Now

মন্ত্ৰীগৰাকীয়ে কয়, শ্ৰম আইনৰ এই পৰিৱৰ্তনে আমাৰ ৰাজ্যৰ কাৰখানাসমূহত বিনিয়োগ বৃদ্ধি কৰিব। অধিক বিনিয়োগকাৰী আহিব। এই নতুন নিয়মে সঁচাকৈয়ে শ্ৰমিকসকলক উপকৃত কৰিব। অন্ধ্ৰত সমগ্ৰ বিশ্বতে প্ৰচলিত নিয়মসমূহ কাৰ্যকৰী কৰিবলৈ আইনখন সংশোধন কৰাটো প্ৰয়োজনীয়।

উল্লেখ্য যে অন্ধ্ৰ চৰকাৰে মহিলাৰ কামৰ নিয়মো সলনি কৰিছে। ৰাজ্যখনৰ  নৈশ কৰ্তব্যৰ ক্ষেত্ৰত থকা বহু নিষেধাজ্ঞা  শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা মহিলাসকলেও ৰাতি কাম কৰাৰ সুযোগ পাব। চৰকাৰে তেওঁলোকৰ প্ৰয়োজনীয় নিৰাপত্তাৰ ব্যৱস্থাও কৰিব বুলি উল্লেখ কৰিছে। এই প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, অতিৰিক্ত কাম কৰিলে  আয়ো বৃদ্ধি পায়। এই নিয়মৰ বাবে মহিলাৰ আয়ো বৃদ্ধি পাব। চৰকাৰৰ এই সিদ্ধান্তক সমালোচনা কৰি অন্ধ্ৰপ্ৰদেশ চিপিআইৰ ৰাজ্যিক সম্পাদক কে ৰামকৃষ্ণই কয় যে এই নতুন নিয়ম কৰ্মচাৰীৰ স্বাৰ্থৰ বিৰুদ্ধে। তেওঁৰ ভাষাত, বিগতে ১১ বছৰে মোদী চৰকাৰে বাৰে বাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰি আহিছে যিবোৰ শ্ৰমিকৰ স্বাৰ্থৰ বিৰোধী।

Tags: AndhraLaborLawLaborRightsWomenAtWorkWorkHoursIndia
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd