• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দালাই লামক সুৰক্ষা প্ৰদান কৰা অন্তিম গৰাকী জীৱিত ব্যক্তিগত দেহৰক্ষী এনেন দাৱাৰ দেহাৱসান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 29, 2020 4:51 pm

1 min read

দালাই লামক সুৰক্ষা প্ৰদান কৰা অন্তিম গৰাকী জীৱিত ব্যক্তিগত দেহৰক্ষী এনেন দাৱাৰ দেহাৱসান
299
VIEWS
Share on FacebookShare on Twitter

বৌদ্ধ ধৰ্মগুৰু দালাই লামাক ১৯৫৯ চনত ভাৰতলৈ পলাই অহাৰ ক্ষেত্ৰত নিৰাপত্তা প্ৰদান কৰা অন্তিম গৰাকী জীৱিত ব্যক্তিগত সুৰক্ষাদাতা এনেন দাৱাৰ ২৭ ডিচেম্বৰত দেহাৱসান ঘটে।

এনেন দাৱাৰ ২৭ ডিচেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিন্নেচোতাত ৮৩ বছৰ বয়সত দেহাৱসান ঘটে।

মাত্ৰ ১৫ বছৰ বয়সতে এনেন দাৱাই দালাই লামাৰ ব্যক্তিগত সেনা বাহিনীত যোগদান কৰিছিল।

দালাই লামাক চীনা সৈন্যৰ শেন চকুৰ পৰা সুৰক্ষা প্ৰদান কৰি ভাৰতলৈ পলাই অহাৰ ক্ষেত্ৰত এনেন দাৱাই গুৰুত্বপূৰ্ম ভূমিকা পালন কৰিছিল।

দালাই লামাক মৌচুৰীলৈ এনেন দাৱাই নিৰাপত্তা প্ৰদান কৰি আহিছিল।

পৰৱৰ্তী সময়ত এনেন দাৱাই কেন্দ্ৰীয় তিব্বেতান প্ৰশাসনত যোগদান কৰিছিল আৰু সেৱা আগবঢ়াইছিল।

দালাই লামাৰ অন্তিমগৰাকী জীৱিত দেহৰক্ষীৰ বিয়োগত তিব্বতীয় লোকসকলে গভীৰ শোক ব্যক্ত কৰে।

সম্পুৰ্ণ বৌদ্ধ ধৰ্মীয় ৰীতি-নীতিৰে এনেন দাৱাৰ অন্তিম সংস্কাৰ কৰা হ’ব বুলি জানিব পৰা গৈছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd