• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , January 19, 2021 7:48 pm

2 min read

IMG-20210119-WA0047
411
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটাত অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সকলে আজি এক সংবাদমেলৰ জড়িয়তে তেওঁ‌লোকৰ যি দীৰ্ঘদিনীয়া দাবী চাকৰি নিয়মীয়াকৰণ, মাহিলী দৰমহা স্থায়ীকৰণৰ লগতে বিভিন্ন সমস্যা শীঘ্ৰেই সমাধানৰ বাবে চৰকাৰক আহবান জনাইছে ৷

অঙ্গনবাড়ী কৰ্মী-সহায়িকা সকলৰ চাকৰি নিয়মীয়াকৰণৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত  কৰ্মী-সহায়িকা সকলে বিভিন্ন সময়ত চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছে ৷

বিভিন্ন সময়ত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰি আহিছে কৰ্মী-সহায়িকা সকলে ৷

কিন্তূ চৰকাৰে আজিকোপতি কৰ্মী সকলৰ দাবী সমূহ সমাধানৰ ক্ষেত্ৰত কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ পৰিপেক্ষিতত ৰাজ্যজুৰি অব্যাহত আছে অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সকলৰ প্ৰতিবাদ কাৰ্যসূচী ৷

মাৰ্ঘেৰিটাত অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সকলে আজি এক সংবাদমেলৰ জড়িয়তে কয় যে  সহায়িকা সকলৰ মাননী কৰ্মী সকলৰ তুলনাত ৫০ শতাংশৰ পৰিৱৰ্তে ৮০ শতাংশলৈ বৃদ্ধি কৰা, চৰকাৰীকৰণ নকৰা পৰ্যন্ত ৭৫ শতাংশ পদ সংৰক্ষণৰ ব্যৱস্থাৰে কৰ্মীক মুখ্য সেৱিকা পদলৈ পদোন্নতি দিয়া, ২০২১ শিক্ষা নীতিৰে অতিৰিক্ত ভাৱে জাপি দিবলৈ লোৱা শ্ৰেণী ১ আৰু শ্ৰেণী ২ ত কৰ্মী সহায়িকা সকলৰ স্থিতি স্পষ্ট কৰাৰ লগতে অন্যান বিভিন্ন দাবী  সমাধানৰ ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনায় ৷

লগতে কৰ্মী আৰু সহায়িকা সকলে চৰকাৰক শীঘ্ৰেই মাননীৰ পৰৱৰ্তে দৰমহা প্ৰদান কৰিবৰ বাবে দাবী উত্থাপন কৰে ৷

অন্যথা ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে  অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সকলে  বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে  তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকিয়াই দিয়ে।

সংবাদমেলত অংশগ্ৰহণ কৰে  সদৌ অসম অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ অসম ৰাজ্যিকৰ সম্পাদিকা ভাৰতী বৰগোহাঁই গগৈ আৰু অসম ৰাজ্যিকৰ উপ সভানেত্ৰী দীপালী গগৈ বৰুৱাই ।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd