• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সন্মানীয় টিন হাউচ অটম ৰাইটাৰ্চ ৱৰ্কশ্বপলৈ নিৰ্বাচিত অসমৰ লেখক অনিন্দিত দত্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2025 4:03 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী নিবাসী অসমৰ লেখক অনিন্দিত দত্ত ২০২৫ চনৰ বাবে আমেৰিকাৰ টিন হাউচ অটম ৰাইটাৰ্চ ৱৰ্কশ্বপলৈ নিৰ্বাচিত হৈছে। এই বছৰ নবেম্বৰ মাহৰ আৰম্ভণীত আয়োজিত এই আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা আৰু সমাৰোহৰ বাবে সমগ্ৰ বিশ্বৰ পৰা মাত্ৰ ত্ৰিশজন নবীন উপন্যাসিকক বাছনি কৰা হৈছে।

টিন হাউচ ৱৰ্কশ্বপক মার্কিন যুক্তৰাষ্ট্ৰৰ সাহিত্য জগতত কেৰিয়াৰৰ আৰম্ভণিতে এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে গণ্য কৰা হয়, কিয়নো এই লেখকসকলক এক অত্যন্ত প্ৰতিযোগিতামূলক বাছনি প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্বাচিত কৰা হয়।

Apply Now

অনিন্দিত দত্তই শ্বিলঙৰ ইংলিচ এণ্ড ফৰেইণ লেংগুৱেজেছ ইউনিভাৰচিটি (EFLU)ৰ পৰা ইংৰাজীত বি.এ. আৰু হাইদৰাবাদ বিশ্ববিদ্যালয়ৰ পৰা এম.এ. ডিগ্ৰী লাভ কৰিছিল। তেওঁ শেহতীয়াকৈ ২০২৫ চনত ইউনিভাৰচিটি অফ টেক্সাস এট অস্টিনৰ পৰা সৃষ্টিশীল লেখনীৰ পাঠ্যক্ৰমত এশ শতাংশ জলপানিৰে এম.এফ.এ. ডিগ্ৰী অৰ্জন কৰিছে।

অস্টিনত থকা সময়ছোৱাত অনিন্দিতে প্ৰথিতযশা আমেৰিকান ঔপন্যাসিক এলিজাবেথ মেকক্ৰেকেন আৰু দেব অলিন আনফাৰ্থৰ দৰে সাহিত্যিকৰ ওচৰত উপন্যাস আৰু গল্প লিখাৰ শৈলীৰ বিষয়ে অধ্যয়ন কৰে। তদুপৰি, তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্য আলোচনী ‘বেট চিটি বিভিউ’ৰ সম্পাদকো আছিল। ইয়াৰ পূৰ্বে তেওঁ নিউয়ৰ্ক টাইমছ বেষ্টচেলাৰ ঔপন্যাসিক মেঘা মজুমদাৰৰ পৰাও পাঠ্যক্ৰম গ্ৰহণ কৰিছিল।

বৰ্তমান অনিন্দিত দত্তই ইউনিভাৰচিটি অফ জিঅ’ৰজিয়াত ইংৰাজী বিভাগত ডক্টৰেট কৰি আছে আৰু অসমৰ পটভূমিত এখন উপন্যাসৰ কামত ব্ৰতী আছে।

২০০৩ চনত আৰম্ভ কৰা টিন হাউচ পাব্লিছিঙৰ এই ৰাইটাৰ্চ ৱৰ্কশ্বপ নবীন সাহিত্যিকৰ বাবে এক আগশাৰীৰ সন্মান। অৰেগন ৰাজ্যৰ সুন্দৰ পটলেণ্ড চহৰত আয়োজিত এই কৰ্মশালাত অনিন্দিতে সমালোচকৰ দ্বাৰা বহুল প্ৰশংসিত উপন্যাস “লেকাৰউড”ৰ স্ৰষ্টা লেখিকা মেগান গিডিঙছৰ সৈতে কাম কৰাৰ সুযোগ পাব।

তেওঁ নিজৰ অপ্ৰকাশিত লেখা সাহিত্যিক গিডিঙছৰ ওচৰত জমা দি সেই লেখাৰ উন্নয়নৰ বাবে পৰামৰ্শ ল’বলৈ সক্ষম হ’ব।

ইফালে, তেওঁ বিভিন্ন সাহিত্যিক এজেণ্ট আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰকাশকৰ সৈতে লগ ধৰাৰো সুযোগ লাভ কৰিব।

মেগান গিডিঙছৰ প্ৰথম কিতাপখনক নিউয়ৰ্ক মেগাজিনে ২০২০ চনত প্ৰকাশিত দহখন শ্ৰেষ্ঠ কিতাপৰ এখন বুলি অভিহিত কৰিছিল। আমেৰিকাৰ নেচনেল পাব্লিক ৰেডিঅ’ইও ইয়াক ২০২০ চনৰ শ্ৰেষ্ঠ কিতাপৰ ভিতৰত এখন বুলি আখ্যা দিছিল। তেওঁৰ দ্বিতীয় উপন্যাস “ইফ ৱি মেইন কুড ফ্লাই”খনো একেদৰে সমাদৃত আৰু পুৰস্কৃত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

June 27, 2026 9:17 pm
‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

June 27, 2026 9:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd