• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ সপ্তম স্মাৰক বক্তৃতা অনুষ্ঠান সম্পন্ন

NE NOW NEWS এন ই নাও নিউজ
টীয়ক , December 25, 2020 9:49 pm

1 min read

টীয়কত যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ সপ্তম স্মাৰক বক্তৃতা অনুষ্ঠান সম্পন্ন

ফটো : নৰ্থ-ইষ্ট নাও

164
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়কৰ অন্যতম অগ্ৰণী সামাজিক অনুষ্ঠান অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আজি এক স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়।

চিন্তানায়ক যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ সপ্তম স্মাৰক বক্তৃতা অনুষ্ঠানটি টীয়কৰ সুধাকন্ঠ ড°ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুস্থিত হয়।

অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি ধীৰেন দোলাকাষৰীয়াৰ সভাপতিত্বত আয়োজিত হয় এই বক্তৃতা অনুষ্ঠানটো।

যোৰহাটৰ বিশিষ্ট বিজ্ঞানী তথা লেখিকা ড° মালিনীয়ে নিদিৰ্ষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি নিৰ্ধাৰিত বিষয়ৰ ওপৰত সাৰুৱা বক্তব্য আগবঢ়াই অনুষ্ঠানটি জীপাল কৰি তোলে।

উল্লেখযোগ্য যে এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ প্ৰাথমিক পাঠ্যক্ৰম প্ৰস্তুতিৰ সমিতিৰ নৱনিযুক্ত সদস্য শিক্ষাবিদ হিমেন ভট্টাচাৰ্যক আনুষ্ঠানিকভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd