• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২৭ বছৰ বয়সতে ৯ হাজাৰ কোটি টকাৰ গৰাকী এইগৰাকী যুৱতী। কিন্তু কেনেকৈ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2023 4:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৭ বছৰ বয়সতে ৯ হাজাৰ কোটি টকাৰ মালিক হোৱাৰ গৌৰৱ অৰ্জন কৰিছে এগৰাকী যুৱতীয়ে। যুৱতীৰ নাম অংকিতি বসু। 

উল্লেখ্য যে মাত্ৰ কেইটামান বছৰৰ আগতে ২১ লাখ টকাৰে ব্যৱসায় আৰম্ভ কৰিছিল অংকিতিয়ে। ব্যৱসায় আৰম্ভ কৰাৰ পিছত যুৱতী গৰাকীৰ ব্যৱসায় ৯৮০০ কোটি টকালৈ বৃদ্ধি পালে।

Apply Now

অংকিতিৰ ফেশ্বন ই-কমাৰ্চ কোম্পানী জিলিংগোৱে ইতিমধ্যে সমগ্ৰ দেশতে এক পৰিচিতি লাভ কৰিছে। 

২০১২ চনত অংকিতিয়ে মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজত অৰ্থনীতি আৰু গণিত বিষয়ত অধ্যয়ন কৰে। ইয়াৰ পিছত তেওঁ আমেৰিকাৰ কনচালটিং ফাৰ্ম মেককিনজীৰ মুম্বাই শাখাত কাম কৰিবলৈ আৰম্ভ কৰে। তাৰ পৰাই তেওঁ আমেৰিকাৰ আন এটা প্ৰতিষ্ঠান চেকুয়া কেপিটেলছৰ বেংগালুৰু কাৰ্যালয়ত যোগদান কৰে। 

উল্লেখ্য যে, তেত্ৰিশ বছৰ বয়সত বাংগালুৰুত চৌবিশ বছৰীয়া ধ্ৰুৱ কাপুৰৰ লগত চিনাকী হৈছিল অংকিতিয়ে। গুৱাহাটীৰ আই আই টিৰ পৰা স্নাতক হোৱাৰ পিছত ধ্ৰুৱে গেমিং ষ্টুডিঅ’ Qiy Inc ত চফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল।

দুয়োৰে সপোন আছিল চাকৰি এৰি নিজাকৈ কিবা এটা কৰাৰ। প্ৰথমে তেওঁলোকে এটা ই-কমাৰ্চ চাইট খোলাৰ কথা ভাবিলে। কিন্তু ইতিমধ্যে ভাৰতত তেতিয়া ফ্লিপকাৰ্ট, আমাজনৰ দৰে বৃহৎ কোম্পানীবোৰ আছিলেই। গতিকে, তেওঁলোকে বুজি পাইছিল যে তেওঁলোকে এনে বৃহৎ কোম্পানীসমূহৰ লগত প্ৰতিযোগিতা কৰাতো যথেষ্ট কঠিন হ’ব।

কিন্তু তাৰপিছতেই বেংকক ভ্ৰমণৰ সময়ত চকু খোল খাইছিল অংকিতিৰ । বেংককৰ চতুচক বজাৰত প্ৰৱেশ কৰিয়েই তেওঁৰ চকুত পৰিল স্থানীয় ডিজাইনাৰসকলে তৈয়াৰ কৰা কাপোৰ-কানি, জোতা, বেগ আৰু আনুষংগিক সামগ্ৰী। অংকিতিয়ে উপলব্ধি কৰিলে যে ভাষাৰ বাধাৰ বাবে স্থানীয় ব্যৱসায়ীসকলে সেইবোৰ বাহিৰৰ মানুহলৈ প্ৰেৰণ কৰাটো সম্ভৱ নহয়। তেতিয়াই মনলৈ আহিল ধাৰণাটো। অংকিতিয়ে ঘৰলৈ উভতি আহি ধ্ৰুৱৰ লগত কথা পাতে আৰু চাকৰি এৰি ২১ লাখ টকাৰ মূলধনেৰে এই কাম আৰম্ভ কৰিলে।

কিন্তু এই যাত্ৰা সহজ নাছিল তেওঁলোকৰ বাবে। বজাৰ গৱেষণা সম্পূৰ্ণ কৰিবলৈ তেওঁলোকৰ প্ৰায় এবছৰ সময় লাগিছিল। বেংককৰ বজাৰ ভ্ৰমণ কৰি ব্যৱসায়ীসকলৰ মাজত অনলাইন ব্যৱসায়ৰ প্ৰতি আগ্ৰহ গঢ়ি তোলাৰ কাম আৰম্ভ কৰিছিল অংকিতিয়ে। 

ইফালে বাংগালুৰুত বহি ধ্ৰুৱে কাৰিকৰী দিশটো চম্ভালিবলৈ ধৰিলে। তেওঁলোকে তেনেকৈয়ে কাম কৰিবলৈ আৰম্ভ কৰিছিল। 

যোৱা চাৰি বছৰত তেওঁলোকৰ কোম্পানী ‘জিলিংগো’- এ ছিংগাপুৰ, ফিলিপাইনছ, ইণ্ডোনেছিয়া, মালয়েছিয়া, টাইৱান, চীন, কোৰিয়া আৰু কম্বোডিয়াৰ বজাৰ দখল কৰাত সফল হৈছে। ভাৰত আৰু অষ্ট্ৰেলিয়াতো লেনদেন আৰম্ভ হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd