DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

এইবাৰ এডিন’ভাইৰাছ! মৃত্যুক সাৱটিলে ভাইৰাছ আক্ৰান্ত ৰাষ্ট্ৰপতি বঁটাপ্ৰাপ্ত ছাত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2023 5:15 pm
adenovirus
139
VIEWS
Share on FacebookShare on Twitter

ক’ভিদৰ সংক্ৰমণে দেশত সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ পিছত শেহতীয়াকৈ আন এক ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে। শেহতীয়া বৃদ্ধি পাইছে এই নতুন ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা। এডিন’ভাইৰাছ নামৰ এই ভাইৰাছে প্ৰাণ কাঢ়িলে এগৰাকী ৰাষ্ট্ৰপতি পুৰষ্কাৰপ্ৰাপ্ত ছাত্ৰীৰ।

পশ্চিম বংগৰ পশ্চিম মিদনাপুৰত এডিন’ভাইৰাছৰ চিকাৰ হৈছে ছাত্ৰীগৰাকী। এডিন’ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা ছাত্ৰীগৰাকীৰ নাম উৰ্জাসতী ৰায় চৌধুৰী। এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে মৃত্যু হয় যুৱতীগৰাকীৰ।

জানিব পৰা মতে, মৃত্যুৰ সময়ত ছাত্ৰীগৰাকীৰ বয়স আছিল ১৩ বছৰ। উল্লেখ্য যে এই প্ৰতিভাৱান ছাত্ৰীগৰাকী বিশেষভাবে সক্ষম। সংগীত বিষয়ত থকা প্ৰতিভা আৰু সংগীতৰ প্ৰতি থকা অৱদানৰ বাবে উৰ্জিসতীয়ে ২০১৯ চনত ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰিছিল।

মৃত ছাত্ৰীগৰাকীৰ পৰিয়ালে জানিবলৈ দিয়া মতে, ২০১৯ চনত উৰ্জাসতী ৰায়চৌধুৰীক সংগীতৰ বিশেষ কৃতিত্বৰ বাবে ৰাষ্ট্ৰপতি বঁটা প্ৰদান কৰা হৈছিল। কেৱল ৰাষ্ট্ৰপতিৰ বঁটাই নহয়, বিভিন্ন সময়ত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি উৰ্জাসতীয়ে বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে, এডিন’ভাইৰাছৰ লক্ষণসমূহ মূলতঃ জ্বৰ-চৰ্দি-কাহ আৰু উশাহ-নিশাহৰ সমস্যা। এই ভাইৰাছৰ দ্বাৰা মূলত: শিশুসকল অত্যধিক আক্ৰান্ত হৈছে। কিছু বিশেষজ্ঞ চিকিৎসকে ২ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত এই ভাইৰাছৰ সংক্ৰমণ বেছি হ’ব পাৰে বুলি সকীয়াই দিছে।

ইতিমধ্যে দেশত এডিন’ভাইৰাছত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছে। কেৱল পশ্চিম বংগতে এডিন’ভাইৰাছত আক্ৰান্ত হোৱা ১২ টি শিশুৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

Recent News

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

নিৰ্বাচনৰ আগে আগে আহি আছে নেকি কভিড?

নিৰ্বাচনৰ আগে আগে আহি আছে নেকি কভিড?

বেয়া খবৰ !  UPI ত ধনৰ লেনদেন কৰিলে গ্ৰাহকে ভৰিব লাগিব ১.১ শতাংশ মাচুল

বেয়া খবৰ ! UPI ত ধনৰ লেনদেন কৰিলে গ্ৰাহকে ভৰিব লাগিব ১.১ শতাংশ মাচুল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd