DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন বিভাগ চিৰিয়াছ নহয় বন্যপ্ৰাণীক লৈ; শদিয়াত খাদ্য সংকটত পুনৰ এটা হাতী পোৱালীৰ কৰুণ মৃত্যু

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
July 18, 2019 6:48 pm
Baby elephant

শদিয়াত মৃত্যু হোৱা হাতী পোৱালীটো

474
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত ভয়াবহ বানপানীৰ প্ৰকোপত বনৰীয়া জীৱ-জন্তুৰ মৃত্যু অব্যাহত আছে। তিনিচুকীয়া জিলাৰ শদিয়াৰ দেউপানী চাপৰিত খাদ্য সংকটত ভুগী এটা মখনা হাতী পোৱালীৰ মৃত্যু হয়। এয়া এসপ্তাহৰ ভিতৰত দ্বিতীয়টো হাতী পোৱালীৰ মৃত্যু।

বানপানীৰ বাবে খাদ্য সংকটত ভোগা হাতী পোৱালীটো বহু দিন ধৰি অসুস্থ হৈ আছিল আৰু অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে ৬ বছৰীয়া হাতী পোৱালীটোৱে।

আনহাতে, বন বিভাগ জনোৱা অনুসৰি হাতীটো দীৰ্ঘদিনৰ পৰা গুৰুতৰভাৱে অসুস্থ হৈ আছিল আৰু তিনি-চাৰি দিনমান আগতে হাতী পোৱালীটোৰ মৃত্যু ঘটিছিল। আজি ৰাতিপুৱা স্থানীয় লোকে গৰু বিচাৰিবলৈ যোৱাৰ সময়তে মৃত হাতী পোৱালীটো প্ৰত্যক্ষ কৰে আৰু বন বিভাগক খবৰ দিয়ে।

লগতে পঢ়ক : শদিয়াত বানপানীত খাদ্যৰ অভাৱত ভুগি বনৰীয়া হাতীৰ মৃত্যু

স্থানীয় লোকৰ খবৰৰ ভিত্তিত বন বিভাগ উক্তস্থানত উপস্থিত হয় আৰু স্থানীয় লোকৰ সহযোগত জে চি বিৰে হাতীটো পুতি থয়।

উল্লেখযোগ্য যে, তিনিদিনমান পূৰ্বেও জিলাখনৰ দেউপানী চাপৰিত এটা ১০ বছৰীয়া মখনা বন্য হস্তীৰ খাদ্যৰ অভাৱত মৃত্যু ঘটিছিল।চলিত বানপানীত ৰাজ্যত ১৭ জুলাই পৰ্য্যন্ত ৫ টা গঁড়সহ মুঠ ৩৯ টা বন্যপ্ৰাণীৰ মৃত্যু হৈছিল।

চৰকাৰ-প্ৰশাসনৰ তৰফৰ পৰা বনৰীয়া জীৱ-জন্তু সমূহে যাতে খাদ্য সংকতত পৰিবলগীয়া নহয় তাৰবাবে বাৰম্বাৰ অনুৰোধ কৰি থকাৰ পাছতো খাদ্যৰ অভাৱৰ বাবে দুটাকৈ হাতী এনদৰে মৃত্যু মুখত পৰা কথাটোৱে বন বিভাগৰ গাফিলতিকে প্ৰমাণ কৰিছে।

Recent News

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd