• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধুবুৰীত পজিটিভ ৰোগীৰ সংস্পর্শত অহা প্ৰথমটো COVID-19 ৰোগী চিনাক্ত; আক্ৰান্তৰ সংখ্যা ২৯ লৈ বৃদ্ধি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 9, 2020 9:05 pm

2 min read

images.jpeg-2(1)

প্ৰতিনিধিত্বমূলক ফটো

5.2k
VIEWS
Share on FacebookShare on Twitter

অসমত আজি আৰু এজন COVID-19 পজিটিভ ৰোগীৰ ঘটনা পোহৰলৈ আহিছে। ধুবুৰী জিলাত চিনাক্ত হোৱা এই আক্ৰান্ত লোকজন জিলাখনৰ পূৰ্বতে চিনাক্ত হোৱা COVID-19 পজিটিভ ৰোগীজনৰ সংস্পৰ্শত অহা লোক।

আজি নিশা ৮ বজাত টুইটাৰ যোগে এই কথা নিশ্চিত কৰিছে  ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰীগৰাকীয়ে তেওঁৰ টুইটত সদৰী কৰিছে যে ধুবুৰীৰ এজন ব্যক্তি, যিজনে সেই জিলাখনৰে এজন পজিটিভ ৰোগীৰ (মাৰ্কাজৰ সৈতে সম্পৰ্কিত) সংস্পৰ্শলৈ আহিছিল, তেওঁৰ COVID-19 পজিটিভ চিনাক্ত কৰা হৈছে।

আজি নিশ্চিত কৰা COVID-19 পজিটিভ এই ৰোগীজনৰ সৈতে অসমত এতিয়া মুঠ কৰ’না ভাইৰাছ আক্ৰান্ত ৰোগীৰ সংখ্যা ২৯জনলৈ বৃদ্ধি পালে।

Alert ~ A person from Dhubri, who was in contact with the first patient (with Markaz linkage) from the same district, has been confirmed as #COVID19 positive. The total number of #Covid patients in #Assam now stands at 29.

Update at 8.00 pm / April 9#AssamCovidCount

— Himanta Biswa Sarma (@himantabiswa) April 9, 2020

উল্লেখযোগ্য যে যোৱা ৭ এপ্ৰিলত ধুবুৰীত এজন COVID-19 পজিটিভ ৰোগীৰ ঘটনা ধৰা পৰিছিল।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে ধুবুৰীৰ লোকজনৰ দেহত COVID-19 পজিটিভ পোৱা বুলি জানিবলৈ দিছিল।

মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া মতে উক্ত লোকজন দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাত মাৰ্কাজৰ সৈতে জড়িত আছিল।

‍আক্ৰান্ত উক্ত ব্যক্তিজনে নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতৰ সমাবেশ সম্পৰ্কীয় বুলিও টুইটোত উল্লেখ কৰিছিল।

মন্ত্ৰী শৰ্মাই আজি টুইট যোগে জানিবলৈ দিয়ে যে আজি COVID-19 পজিটিভ ধৰা পৰা লোকজন জিলাখনৰ মাৰ্কাজৰ সৈতে জড়িত উক্ত ৰোগীজনৰ সংস্পৰ্শলৈ অহা ব্যক্তি।

উল্লেখ্য যে বৰ্তমানলৈ অসমত ক’ৰ’নাত আক্ৰান্ত হোৱা ২৯ গৰাকী লোকৰ ভিতৰত ২৮ গৰাকী লোকৰে দিল্লীৰ নিজামুদ্দিন জামাতৰ সৈতে সম্পৰ্ক আছিল।

Tags: COVID-19

Recent News

PRI_79370341

তাহানিতে স্বামীৰ সৈতে উঠা ছবিত নাপালে নিজকে চিনি! তাৰপিছত কি কৰিলে এইগৰাকী সন্দেহবাদী মহিলাই?

Gita Gopinath

‘নতুন কৃষি আইনে কৃষকৰ আয় বৃদ্ধি কৰাৰ সম্ভাৱনা আছে’; IMFৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথ

Sourav-Ganguly

বুকুত প্ৰচণ্ড বিষ— পুনৰ অসুস্থ সৌৰভ গাংগুলী, চিকিৎসালয়ত ভৰ্তি

index

৪ বছৰৰ পিছত জে’লৰ পৰা মুক্তি পালে জয়াললিতাৰ এসময়ৰ ছায়াসংগী ভি কে শশীকলা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd