DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ভিডত অসমৰ আৰু এজন চিকিৎসকৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2020 6:45 pm
Another doctor from Assam dies of COVID19

প্ৰতিনিধিত্বমূলক ছবি

10.8k
VIEWS
Share on FacebookShare on Twitter

অসমৰ আৰু এজন চিকিৎসকে ক’ভিড-১৯ত বুধবাৰে প্ৰাণ হেৰুৱাইছে।

সূত্ৰমতে তিনিচুকীয়াৰ জ্যেষ্ঠ চিকিৎসক ডঃ পি কে শৰ্মাৰ ক’ভিড-১৯ত মৃত্যু হৈছে।

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হৈছে।

ক’ভিডত মৃত্যু হোৱা অসমৰ প্ৰথম চিকিৎসকজন আছিল ডাঃ জাহান ইকবাল আহমেদ। তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অক্ষিৰোগ বিভাগৰ সহযোগী অধ্যাপক আছিল।

সূত্ৰমতে, তিনিচুকীয়াৰ জনপ্ৰিয় চিকিৎসক ডাঃ শৰ্মাক জটিল অৱস্থাত মঙলবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

“তেওঁ তিনিচুকীয়াৰ এজন ভাল চিকিৎসক আছিল আৰু ৰোগীসকলৰ মাজত খুব জনপ্ৰিয় আছিল। সোমবাৰলৈকে তেওঁৰ তিনিচুকীয়াৰ ক্লিনিকত তেওঁ ৰোগীসকলক সেৱা আগবঢ়াই আছিল,” তিনিচুকীয়াৰ এজন লোকে নৰ্থইষ্ট নাওক ফোনত জনায়।

ডাঃ শৰ্মাক লৈ ক’ভিডত এ এম চি এইচত এতিয়ালৈকে দুজন ৰোগীৰ মৃত্যু হৈছে।

এ এম চি এইচত মৃত্যু হোৱা প্ৰথমজন ক’ভিড ৰোগী আছিল চৰাইদেউ জিলাৰ ভবেন গগৈ (৭২)।

ডিব্ৰুগড়ত বুধবাৰে ৬৬টা ক’ভিড পজিটিভ কেছ পোৱা গৈছে।

এতিয়ালৈকে জিলাখনত মুঠ ৪৭৯গৰাকী ক’ভিড ৰোগী চিনাক্ত হৈছে।

Tags: COVID-19

Recent News

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd