• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰচণ্ড শীতৰ বাবে টিকৰি সীমান্তত পুনৰ এগৰাকী প্ৰতিবাদী কৃষকৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 2, 2021 11:03 am

1 min read

প্ৰচণ্ড শীতৰ বাবে টিকৰি সীমান্তত পুনৰ এগৰাকী প্ৰতিবাদী কৃষকৰ মৃত্যু
428
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে নিশা দিল্লী সীমান্তত পুনৰ এগৰাকী প্ৰতিবাদী কৃষকৰ মৃত্যু হয়।

দিল্লী সীমান্তৰ টিকৰিৰ প্ৰতিবাদস্থলীত বৃহস্পতিবাৰে নিশা ৬৪ বছৰীয়া হাৰিয়ানাৰ কৃষক গৰাকীৰ মৃত্যু হয়।

মৃত্যু হোৱা ৬৪ বছৰীয়া কৃষক গৰাকীৰ নাম ৰাজ কুমাৰ বুলি জানিব পৰা গৈছে।

হাৰিয়ানৰ ভানা গাঁৱৰ কৃষক গৰাকীৰ মৃতদেহ বৃহস্পতিবাৰে নিশা প্ৰতিবাদস্থলীৰ অস্থায়ী জুপুৰিৰ ভিতৰত উদ্ধাৰ হয় বুলি আৰক্ষীয়ে সদৰী কৰে।

ৰাজ কুমাৰ বিগত ২০ দিন ধৰি তিকৰি সীমান্তত কেন্দ্ৰ চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছিল।

‘‘কৃষক গৰাকীয়ে মগজুৰ পক্ষাঘাতত আক্ৰান্ত হৈ আৰু প্ৰচণ্ড শীতৰ বাবেই মৃত্যু বৰণ কৰিবলগীয়া হৈছে বুলি ধাৰণা হৈছে…..আমি চিকিৎসকৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে অপেক্ষা কৰিছো,’’ আৰক্ষীৰ তৰফৰ পৰা এইদৰে উল্লেখ কৰা হয়।

ইয়াৰ পূৰ্বে দিল্লী সীমান্তৰ প্ৰতিবাদস্থলীত শীতৰ বাবে বহু কেইগৰাকী কৃষকে মৃত্যুক আকোৱালি ল’বলগীয়া হৈছে।

উল্লেখযোগ্য যে, কেন্দ্ৰ চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে দিল্লী সীমান্তত বিগত প্ৰায় এমাহতকৈয়ো অধিক সময় কৃষক সকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

এই সময়ছোৱাত কেন্দ্ৰ চৰকাৰৰ সৈতে প্ৰতিবাদী কৃষকৰ বহু কেইলানি আলোচনা অনুষ্ঠিত হৈছে যদিও এতিয়ালৈ কোনোধৰণৰ স্থায়ী সমাধান ওলোৱা নায়।

Recent News

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd