• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত পুনৰ কাজিৰঙাৰ দুজন বনকৰ্মীক আটক

উত্তম শইকীয়া by উত্তম শইকীয়া
November 3, 2020 7:52 pm
IMG-20201103-WA0014
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে বনকৰ্মী জড়িত থকা ঘটনাৰ চলি থকা অনুসন্ধানৰ আধাৰত আজি পুনৰ দুজন বনকৰ্মী আৰু দুজন গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ীক আটক কৰিছে উদ্যান কৰ্তৃপক্ষই৷

পুৰ্বে আটক কৰা অস্থায়ী বনকৰ্মীৰ স্বীকাৰোক্তি আৰু অনুসন্ধানৰ তথ্যৰ আধাৰত কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত যোৱা বনকৰ্মী আৰু আৰক্ষীৰ যুটীয়া অভিযানকাৰীয়ে সোমবাৰৰ নিশা কাজিৰঙাত কৰ্মৰত বনকৰ্মী বিমলা শইকীয়া আৰু চবিৰ আহমেদ লস্কৰ উপৰিও কুঠৰীৰ নুৰ ইছলাম আৰু আব্দুল আলীক আটক কৰে৷

Apply Now

বনকৰ্মী বিমলা শইকীয়া আৰু চবিৰ আহমেদ লস্কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ পৰা সংগৃহীত গঁড়ৰ খৰ্গ কুঠৰীৰ নুৰ ইছলাম আৰু আব্দুল আলীক ধনৰ বিনিময়ত দিয়াৰ কথা স্বীকাৰ কৰে৷

বিমলা শইকীয়া আৰু চবিৰ আহমেদ লস্কৰৰ স্বীকাৰোক্তিৰ আধাৰতে কুঠৰীৰ নুৰ ইছলাম আৰু আব্দুল আলীক আটক কৰে অভিযানকাৰী দলে৷

ধৃত চাৰিজন ব্যক্তিকেই আজি বোকাখাতৰ আদালত হাজিৰ কৰাৰ পাচত আদালতে চাৰিওকে জেল হাজোতলৈ প্ৰেৰণ কৰে৷

গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী নুৰ ইছলাম আৰু আব্দুল আলীৰ স্বীকাৰোক্তি মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ খৰ্গৰ এই চোৰাং ব্যৱসায়ীৰ সৈতে আৰু বহু লোকৰ নামো সাঙুৰ খাই আছে৷ পৰৱৰ্তী অনুসন্ধানত আৰু বহু লোক আটক হোৱাৰ সম্ভাৱনা আছে৷

আজি  আদালতত হাজিৰ কৰোৱাৰ পিচত ধৃত চাৰিওজনকে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷

কাজিৰঙাৰ ইতিহাসত অতি গুৰুত্বপুৰ্ণ বুলি বিবেচিত হোৱা এই অভিযানত এতিয়ালৈকে ২৫ গৰাকী লোকক গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অপৰাধত বন বিভাগে আটক কৰিছে৷ ইয়াৰে ৮ জনেই হ’ল ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত অস্থায়ী আৰু দুজন স্থায়ী বনকৰ্মী৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd