DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিযুক্তি কেলেংকাৰি: আৰক্ষীৰ জালত প্ৰাক্তন ডিআইজি কুখ্যাত পি কে দত্তৰ ঘনিষ্ঠ কুমুদ গোস্বামী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 29, 2020 9:37 am
Assam_Police_badge-1024x614-750x375
3k
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেকাৰিৰ মূল অভিযুক্ত কুখ্যাত পি কে দত্তৰ অত্যন্ত ঘনিষ্ঠ তথা কেলেংকাৰিটোৰ অন্যতম নায়ক কুমুদ গোস্বামী আৰক্ষীৰ জালত পৰিছে।

নলবাৰী জিলাত উপ-পৰিদৰ্শকৰ চাকৰি দিয়াৰ নামত বহুসংখ্যক প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰা কুমুদ গোস্বামীয়ে সোমবাৰে নিজেই আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে।

সোমবাৰে সন্ধিয়া গোস্বামীয়ে জিলাখনৰ টিহুৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত নলবাৰী আৰক্ষীৰ ওচৰত আত্মলমৰ্পন কৰে।

আৰক্ষীয়ে তেওঁক কেলেংকাৰিটোৰ তদন্ত কৰি থকা চিআইডিৰ হাতত গতাই দিয়ে।

দুদিনমান পূৰ্বে আৰক্ষীয়ে আটক কৰা অখ্যাত সংগঠন ভাৰত নিৰ্মাণৰ সভাপতি কুলদীপ ৰাজবংশীয়ে জেৰাৰ সময়ত আৰক্ষীৰ আগত কুমুদ গোস্বামীৰ নাম প্ৰকাশ কৰিছিল।

নলবাৰী জিলাৰ পৰা গোস্বামীয়ে উপ-পৰিদৰ্শকৰ চাকৰি দিয়াৰ নামত প্ৰাৰ্থীৰ পৰা কেইবা কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ আছে।

কেলেংকাৰিটোত নিজৰ নাম পোহৰলৈ অহাৰ পাছত গোস্বামীয়ে আত্মগোপন কৰি আছিল।

আনহাতে, কুমুদ গোস্বামীৰ ড্ৰাইভাৰ ৰিংকু বৰ্মনৰ একাউন্টত কোটি টকাৰ লেনদেনৰ তথ্য আৰক্ষীৰ তদন্তত ধৰা পৰিছে।

চিআইডিয়ে কুমুদ গোস্বামীক জেৰা কৰাৰ পাছত কেলেংকাৰিটোৰ সম্পৰ্কত বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। জিলাখনৰ আন বহু লোকো এই কেলেংকাৰিটোৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে।

আৰক্ষীয়ে ইতিমধ্যে এই কেলেংকাৰিৰ সৈতে জড়িত ১৩জন লোকক গ্ৰেপ্তাৰ কৰিছে।

Recent News

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd