• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ নতুন বিড়ম্বনা : খচৰাত দৰাৰ নাম নথকা বাবেই কইনা দিবলৈ অস্বীকাৰ দেউতাকৰ

কন্যাদানৰ পৰিৱৰ্তে দেউতাকে দিলে গোচৰ; কিন্তু প্ৰেমে নামানে এন আৰ চিৰ বিধি-পথালি; পলাই গ’ল দৰা-কইনা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 19, 2019 5:52 pm
Logo_of_NRC_Assam-1140x570

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ কাৰণে লাখ লাখ লোক হাৰাশাস্তিৰ সন্মুখীন হোৱা, বহুজনে আত্মহত্যা কৰা, বহুজন দুৰ্ঘটনাত পতিত হোৱাৰ পিছত এইবাৰ ইয়াৰ সৈতে সাঙুৰ খাইছে বিয়া ভগাৰ ঘটনা।

খচৰাত দৰাৰ নাম নথকা বাবেই কইনা ঘৰে ছোৱালী দিবলৈ অস্বীকাৰ কৰা ঘটনাটো শিলচৰৰ মাজমজিয়াৰ বেৰেংগা পঞ্চম খণ্ডৰ নয়াগ্ৰামৰ। বাতৰিটো প্ৰকাশ কৰিছে “বৰাক বুলেটিন” নামৰ নিউজ পৰ্টেলটোৱে।

Apply Now

এই বিড়ম্বনাৰ সন্মুখীন হোৱা পাত্ৰজনৰ নাম দিলৱাৰ হুছেইন লস্কৰ আৰু তেওঁ কইনাগৰাকীৰ প্ৰতিৱেশীও। দিলৱাৰৰ ছোৱালীগৰাকীৰ সৈতে দীৰ্ঘদিনৰ পৰা প্ৰেমৰ সম্পৰ্ক আছিল।

দুয়োঘৰে বুজাবুজিত উপনীত হৈ আনুষ্ঠানিকভাৱে বিয়া পাতি দিবলৈ আগ বাঢ়ে যদিও বিয়াৰ সকলো কথাবতৰাৰ মাজতে দৰাৰ এন আৰ চিত নাম আছে নাই জানিব বিচাৰোতেই গণ্ডগোল লাগে।

দৰাৰ এন আৰ চিৰ খচৰাত নাম নাই বাবে কইনাৰ দেউতাক নিজৰ ছোৱালীক বিয়া দিবলৈ অমান্তি হয়।

অৱশ্যে কইনা আৰু দৰাৰ মাজত এই ঘটনাই বিচ্ছেদ ঘটাব নোৱাৰিলে। কইনাঘৰে ছোৱালী দিবলৈ অমান্তি হোৱা জানিব পাৰি দুয়ো গোপনে ঘৰ এৰি গুচি যায়। এতিয়ালৈকে তেওঁলোকৰ সন্ধান নাই বুলি জানিব পৰা গৈছে।

ইপিনে পাত্ৰ দিলৱাৰ হুছেইন লস্কৰ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে শিলচৰ থানাত যোৱা ১৭ আগষ্টত শিলচৰ থানাত গোচৰো দিছে কাইনাৰ দেউতাকে। এজাহাৰত দিলৱাৰে তেওঁৰ জীয়েকক অপহৰণ কৰা বুলি অভিযোগ কৰিছে কইনাৰ দেউতাকে।

দৰা দিলৱাৰ হুছেইন লস্কৰৰ পৰিয়ালে জনোৱামতে, পৰিয়ালৰ আন সকলোৰে নাম আছে যদিও দিলৱাৰৰ নাম খচৰাত নাই। কিবা ভুলত থাকি যোৱা বুলি ধৰি লৈ মূল এন আৰ চিত তেওঁৰ উঠোৱাৰ বাবে সকলো যাৱতীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছে।

দিলৱাৰৰ পৰিয়ালৰ অভিযোগ, দাবী কৰা টকা নোপোৱা বাবেহে কইনাৰ পৰিয়ালে এইবোৰ কৰিছে। তেওঁলোকৰ মতে কইনাৰ দেউতাকে ৫ লাখ টকা দাবী কৰিছিল আৰু দিবলৈ অমান্তি হোৱা বাবেই এই ষড়যন্ত্ৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd