• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তিনিমাহ ধৰি বিজুলি ভৱনৰ ষ্ট্ৰং ৰুমতে আৱদ্ধ এ পি ডি চি এল পৰীক্ষাৰ উত্তৰ বহী

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 9, 2019 10:57 am
Bijuli Bhawan

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিদ্যুৎ বিতৰণ কোম্পানি লিমিটেডৰ ১৯৫৭ টা বিভিন্ন পদৰ বাবে যোৱা ২৮ এপ্ৰিলত  অসমৰ ৬৪৩ কেন্দ্ৰত বিভিন্ন পদৰ বাবে অনুস্থিত হৈছিল পৰীক্ষা।

উল্লেখ্য যে, পৰীক্ষাটো বিদ্যুৎ বিভাগৰ তিনিটা কোম্পানী ক্ৰমে এ পি ডি চি এল, এ পি জি চি এল আৰু এ ই জি চি এলৰ বিভিন্ন পদৰ বাবে যোৱা ২৮ এপ্ৰিল ২০১৯ ত পৰীক্ষা অনুস্থিত হৈ গৈছিল।

Apply Now

ইয়াৰে সহকাৰী হিচাপ বিষয়াৰ ৬০ টা পদ, কাৰ্যালয় ক্ষেত্ৰ সহায়কৰ ১০০০ টা পদ, লঘু বাহন ড্ৰাইভাৰৰ ২৫ টা পদ আৰু সহায়কৰ ৮৭২ টা পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা।

প্ৰায় ২ লাখৰো অধিক পৰীক্ষাৰ্থীয়ে আবেদন কৰা পৰীক্ষাটো অনুস্হিত কৰিছিল ‘নেইকম ইম্পেৰেশ্যন’ নামৰ কোম্পানীয়ে।

কিন্তু তাৎপয্যপূৰ্ণ ভাৱে পৰীক্ষা অনুস্থিত হৈ যোৱাৰ ৩ মাহৰ পাছতো বিজুলি ভৱনতে আৱদ্ধ হৈ আছে পৰীক্ষাৰ উত্তৰ বহী।

এই সন্দৰ্ভত বিজুলী ভৱনৰ অ’ এছ ডি দীপাংকৰ দিহিংগীয়াই কয়, ‘চৰকাৰী নিৰ্দেশনাৰ বাবেই বৰ্তমানেও বহী সমূহ পৰীক্ষা কৰা হোৱা নাই। চৰকাৰৰ অধীনতে বৰ্তমান সময়ত সকলো উত্তৰ বহী কটকটীয়া নিৰাপত্তাৰ মাজত বিজুলী ভৱনৰ ষ্ট্ৰং ৰুমত আৱদ্ধ হৈ আছে। আমি চৰকাৰী নিৰ্দেশনা পালেই উত্তৰ বহী সমূহ পৰীক্ষাৰ কাম হাতত লম।‘

উল্লেখ্য যে, প্ৰাক্তন শক্তি মন্ত্ৰী তপন গগৈ লোকসভালৈ নিৰ্বাচিত হৈ যোৱাৰ পাছৰে পৰা শক্তি বিভাগ মুখ্য মন্ত্ৰীৰ অধীনত আছে।

ৰাজ‍্যৰ বহু হাজাৰ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা পৰীক্ষাটোৰ উত্তৰ বহী এতিয়ালৈকে বিজুলী ভৱনৰ ষ্ট্ৰং ৰুমৰ ভিতৰতে আৱদ্ধ হৈ থকা বিষয়টোৱে চিন্তিত কৰি তুলিছে পৰীক্ষাৰ্থী সকলক।

ইফালে এই সন্দৰ্ভত বহুকেইগৰাকী পৰীক্ষাৰ্থীয়ে নৰ্থ-ইষ্ট নাওক জানিব দি কয়, ‘বহু কষ্টেৰে এটা পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰাৰ পাছত যেতিয়া তাৰ ফলাফলৰ বাবে মাহৰ পিছত মাহ অপেক্ষা কৰিব লগীয়া হয়, ই অতি কষ্টকৰ। ফলাফল লাগিলে যিয়ে নহওক আমাৰ বাবে ৰিজাল্টতো সোনকালে পালে ভাল লাগে।‘

এতিয়া প্ৰশ্ন হ’য়, এই উত্তৰ বহী সমূহ কেতিয়া পৰীক্ষা কৰা হ’ব। তদুপৰি কিয় ইমান দিনে উত্তৰ বহী সমূহ এনেদৰে ৰাখি থৈছে সেয়া এক ৰহস্যৰ বিষয়।

ইয়াৰ উপৰি আৰু কিমান দিন ফলাফললৈ অপেক্ষা কৰিব লাগিব সেই বিষয়েও চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে পৰীক্ষাৰ্থী সকলে।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd