• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কা’ৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীসকল দেশদ্ৰোহী বা ৰাষ্ট্ৰ বিৰোধী নহয়: বোম্বাই হাইকোৰ্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2020 1:26 pm
Pune_Assamese_Society-1-750x375

'কা'ৰ বিৰুদ্ধে শান্তিপূৰ্ণ আন্দোলন। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিসকল লোকে শান্তিপূৰ্ণভাৱে কোনো আইনৰ বিৰোধিতা কৰে তেওঁলোকক ৰাষ্ট্ৰ বিৰোধী বা দেশদ্ৰোহী বুলি ক’ব নোৱাৰি। এই ৰায় বোম্বাই হাইকোৰ্টৰ।

নাগৰিকত্ব সংশোধন আইনৰ বিৰুদ্ধে আন্দোলনৰ বাবে আৰক্ষীয়ে অনুমতি নিদিয়া সন্দৰ্ভত দাখিল কৰা এখন আবেদনৰ বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰিছিল হাইকোৰ্টখনৰ ঔৰংগাবাদ বিচাৰপীঠখনে।

Apply Now

বাতৰি অনুসৰি, নিৰ্দেশটোত বিচাৰপীঠখনে কয়,’এনেকুৱা বিৰোধৰ ফলত ‘কা’ৰ ব্যৱস্থাৰ উলংঘনৰ প্ৰশ্নই নুঠে। এই আদালতত এনেকুৱা লোকৰ অধিকাৰৰ বিষয়ত বিচাৰ কৰাৰ আশা কৰা হয়। কেবল কোনো আইনৰ বিৰোধিতা কৰাৰ বাবেই কাৰোবাক দেশদ্ৰোহী বা ৰাষ্ট্ৰ বিৰোধী বুলি ক’ব নোৱাৰি। ‘কা’ৰ বাবেইহে চৰকাৰৰ বিৰুদ্ধে লোকৰ এই প্ৰতিবাদ প্ৰদৰ্শন হৈছে।‘

এই সন্দৰ্ভত আদালতখনে বীড জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ আৰু মাজৰগাঁৱ চিটী পুলিচৰ দুটা আদেশো বাতিল কৰে।

আৰক্ষীয়ে অতিৰিক্ত জিলা দণ্ডাধীশৰ ৰায়ৰ উল্লেখ কৰি আন্দোলনৰ অনুমতি প্ৰদান কৰা নাছিল।

বিচাৰপীঠখনে কয় যে ভাৰতে এনে অহিংস আন্দোলনৰ ফলতেই স্বাধীনতা লাভ কৰিছিল। এই অহিংসাৰ পথকেই আজিলৈকে লোকে মানি আহিছে। আমি গৌৰৱান্বিত যে এই দেশৰ অধিকাংশ লোকেই আজিও অহিংসাত বিশ্বাস কৰে।‘

বোম্বাই হাইকোৰ্টৰ নিৰ্দেশটোত কৈছে, ‘এই বিষয়তো আবেদনকাৰী আৰু লোকে নিজৰ বিৰোধিতা সাৱ্যস্ত কৰিবলৈ শান্তিপূৰ্ণভাৱে প্ৰদৰ্শন কৰিব বিচাৰে। ব্ৰিটিছ শাসনৰ সময়ত আমাৰ অগ্ৰজসকলে স্বাধীনতা আৰু মানৱাধিকাৰৰ বাবে যুঁজ দিছিল আৰু প্ৰতিবাদৰ আঁৰত থকা বিচাৰধাৰাৰ বাবেই আমি আমাৰ সংবিধান ৰচনা কৰিছো। ইয়াক কোৱাটো দুৰ্ভাগ্যজনক যে লোকে নিজৰ চৰকাৰখনৰে বিৰুদ্ধে প্ৰতিবাদ কৰিব পাৰে। কিন্তু ৰাজপথৰ আন্দোলনক দমন কৰিব পৰা নাযায়।‘

বিচাৰপীঠখনে লগতে কয় যে এইক্ষেত্ৰত চাবলগীয়া কথাটো হৈছে যে প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ সময়ত নাগৰিকৰ মৌলিক অধিকাৰ উলংঘা হৈছে নেকি?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd