• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আছুৰ উদ্যোগত মাৰ্ঘেৰিটাত পুনৰ আৰম্ভ হ’ল কা’ বিৰোধী আন্দোলন

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , December 14, 2020 9:13 pm

1 min read

আছুৰ উদ্যোগত মাৰ্ঘেৰিটাত পুনৰ আৰম্ভ হ’ল কা’ বিৰোধী আন্দোলন

ফটো : নৰ্থ-ইষ্ট নাও

144
VIEWS
Share on FacebookShare on Twitter

কা’ বিৰোধী জনসাধাৰণৰ প্ৰৱল প্ৰতিবাদক উপেক্ষা কৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনে সদনত গৃহীত কৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৱে আজিও অব্যাহত ৰাখিছে কা’ বিৰোধী তীব্ৰ আন্দোলন।

বিভিন্ন সময়ত ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি কা বাতিলৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও শেহতীয়াকৈ চৰকাৰে ছাত্ৰ সন্থাৰ এই আন্দোলনক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে।

যাৰ ফলত আজি পুনৰ মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ বাতিলৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি পুনৰ কা বিৰোধী আন্দোলন তীব্ৰতৰ কৰি তোলে।

আছুৰ প্ৰায় দুইশতাধিক কৰ্মীয়ে মাৰ্ঘেৰিটা চেগুনবাৰী তিনিআলিত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কা’ বাতিলৰ দাবী জনায়।

কা বাতিল নকৰা পৰ্যন্ত আন্দোলন ধাৰাবাহিকভাৱে অব্যাহত থাকিব বুলি সংবাদমাধ্যমৰ আগত হুংকাৰ প্ৰদান কৰে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক ক্ৰমে চিন্তু গগৈ আৰু ৰূপম বৰুৱাই ।

Recent News

Modi-28

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

a capital

কেৱল দিল্লীতে নহয়, দেশৰ চাৰি স্থানত ৰাজধানী বিচাৰিলে এগৰাকী মুখ্যমন্ত্ৰীয়ে, কোন তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd