• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধেমাজিত কা-বিৰোধী প্ৰতিবাদী সভাত বিপুল জনতাৰ অংশগ্ৰহণ; অখিল গগৈৰ মুক্তিৰ দাবী

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
February 4, 2020 6:41 pm
Dhemaji Anti-CAA

প্ৰতিনিধিত্বমূলক ফ'টো

351
VIEWS
Share on FacebookShare on Twitter

ধেমাজিত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু তাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি গোট আৰু অন্যান্য কা-বিৰোধী গোটবোৰে লগ লাগি উলিওৱা কা-বিৰোধী প্ৰতিবাদী সভাত বিপুল সংখ্যক নাগৰিকে অংশগ্ৰহণ কৰে।

“ধেমাজি বিক্ষোভ” নামেৰে জিলাখনৰ কছাৰী ময়দানত অনুষ্ঠিত এই প্ৰতিবাদী সভাত “কা” বাতিল কৰাৰ লগতে কৃষক মুক্তিৰ বন্দী নেতা অখিল গগৈৰ মুক্তিৰ দাবী তোলা হয়।

প্ৰতিবাদী সভাখনত জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই অংশগ্ৰহণ কৰি বক্তৃতা প্ৰদান কৰে।

সাংবাদিক ভূঞাই কয় যে কা-ৰ জৰিয়তে বিজেপিৰ চৰকাৰখনে অবৈধ নাগৰিকক নাগৰিকত্ব দি খিলঞ্জীয়া লোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে।

“সৰ্বানন্দ সোণোৱালৰ দৰে নেতাই অসমৰ জনগণক প্ৰতাৰণা কৰিছে। বছৰত ২ কোটিকৈ নিযুক্তি দিয়া আৰু অবৈধ বাংলাদেশী খেদাৰ প্ৰতিশ্ৰুতি আগ বঢ়োৱা বিজেপি এতিয়া সম্পূৰ্ণ ব্যৰ্থ। বিজেপিয়ে কূটকৌশল কৰি কা-বিৰোধী আন্দোলনক মষিমূৰ কৰিব খুজিছে”, ভূঞাই কয়।

পৰৱৰ্তী নিৰ্বাচনত বিজেপিক উৎখাত কৰিবলৈও আহ্বান জনায় জ্যেষ্ঠ সাংবাদিকজনে।

Dhemaji Anti-CAA
ধেমাজিত কা-বিৰোধী প্ৰতিবাদী সভাত সাংবাদিক অজিত ভূঞা আৰু আনসকল।

ফিল্ম ফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান পাতি চৰকাৰে মানুহৰ মনোযোগ কা-বিৰোধী প্ৰতিবাদৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰা বুলিও অভিযোগ কৰে সাংবাদিক ভূঞাই।

প্ৰতিবাদী সভাখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয়, খিলঞ্জীয়া অসমীয়াৰ নৃগোষ্ঠীয় পৰিচয় নিঃশেষ কৰাৰ বাবে বিজেপি চৰকাৰখনে ষড়যন্ত্ৰ ৰচিছে।

চাংমায়ে ৰাজ্যখনৰ বাবে ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তনৰো দাবী কৰে। আই পি এল পদ্ধতিৰ বাদে অসমৰ খিলঞ্জীয়া মানুহৰ বাবে অন্য উপায় নাই বুলি চাংমাইৰ দাবী।

জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ, কৃষক মুক্তিৰ উপদেষ্টা লুচন শ্যাম গোহাঁই, আটাছুৰ নেতা নিতুল বুঢ়াগোহাঁই, ছাত্ৰ মুক্তিৰ নেতা দেৱব্ৰত শইকীয়া আৰু অন্যান্য নেতাসকলেও প্ৰতিবাদী সভাখনত অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলে “কা বাতিল কৰক”, “অখিল গগৈক মুক্তি দিয়ক” আদি শ্ল’গান লিখা প্লেকাৰ্ড প্ৰদৰ্শন কৰে।

 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd