DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অপৰাধমুক্ত পঞ্জাৱ: ‘গেংষ্টাৰ’ বিৰোধী টাস্ক ফ’ৰ্চ গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী মানৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 5, 2022 7:31 pm
অপৰাধমুক্ত পঞ্জাৱ: ‘গেংষ্টাৰ’ বিৰোধী টাস্ক ফ’ৰ্চ গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী মানৰ
131
VIEWS
Share on FacebookShare on Twitter

শেহতীয়া বিধানসভা নিৰ্বাচনত চমকপ্ৰদ সাফল্যৰে শাসনৰ বাঘজৰী হাতত হোৱা পঞ্জাৰ আম আদমী পাৰ্টী নেতৃত্বাধীন চৰকাৰ খনে ৰাজ্য খনক এখন সন্ত্ৰাস মুক্ত ৰাজ্য হিচাবে গঢ় দিয়াৰ পণ লৈছে।

সেইমৰ্মে পঞ্জাৱত চলি থকা গেংষ্টাৰ সকলক নিপাত কৰিবলৈ মুখ্যমন্ত্ৰী ভগৱন্ত মানে নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী ভগৱন্ত মানে ডিজিপি ভি কে ভাওৰাক এটা গেংষ্টাৰ বিৰোধী টাস্ক ফ’ৰ্চ (এজিটিএফ) গঠন কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে যিকোনো মূল্যৰ বিনিময়তে সাধাৰণ লোকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিবলৈ কৈছে।

গঠন হ’বলগীয়া এজিটিএফৰ নেতৃত্বত এজন অতিৰিক্ত আৰক্ষী সঞ্চালক পৰ্যায়ৰ বিষয়া থাকিব । এই গোটটোৱে গেংষ্টাৰৰ বিৰুদ্ধে ৰাজ্য জুৰি অভিযান চলাব।

আৰক্ষীৰ প্ৰতি মানুহৰ আস্থা বৃদ্ধি কৰাৰ বাবেও মুখ্যমন্ত্ৰী মানে পদক্ষেপ গ্ৰহণ কৰিছে।

কাৰাগাৰত বন্দী হৈ থকা অপৰাধীসকলৰ কাৰ্যকলাপৰ ওপৰতো কঠোৰ দৃষ্টি ৰাখিবলৈও তেওঁ সংশ্লিষ্ট বিষয়াসকলক কয়।

পঞ্জাৱৰ বিভিন্ন স্থানত ৱাই-ফাই চিচিটিভি কেমেৰা স্থাপন কৰি ২৪ ঘণ্টাই পৰিস্থিতি নজৰত ৰাখিবলৈ মানে আৰক্ষীক নিৰ্দেশ দিয়ে।

Recent News

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd