• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বলিউডৰ চিনেমা নিৰ্মাতাক লাগে মোদীয়ে “entire political science”-ত লোৱা ডিগ্ৰীৰ প্ৰমাণ

প্ৰধান মন্ত্ৰীক তেওঁৰ জন্মৰ আৰু দেউতাকৰ জন্মৰ প্ৰমাণ পত্ৰ দেখুৱাবলৈও প্ৰত্যাহ্বান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 11, 2020 9:29 pm

1 min read

Modi's Degree
12.4k
VIEWS
Share on FacebookShare on Twitter

“entire political science” নামৰ এটা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লোৱা বুলি মাজে মাজে দাবী কৰি অহা প্ৰধান মন্ত্ৰী মোদীক প্ৰমাণ পত্ৰ দেখুৱাবলৈ প্ৰত্যাহ্বান জনাইছে বলিউডৰ চিনেমা নিৰ্মাতা অনুৰাগ কাশ্যপে।

CAA-ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কাশ্যপে আজি টুইটাৰত এটা বিশেষ টুইট কৰি মোদীক মুকলিকৈ এই প্ৰত্যাহ্বান আগ বঢ়াইছে।

“আমাৰ ওপৰত CAA আৰোপ কৰা প্ৰধান মন্ত্ৰীয়ে প্ৰথমে মোক “entire political science” ডিগ্ৰী দেখাওক। প্ৰথমে মোদীয়ে পঢ়া-লিখা মানুহ বুলি প্ৰমাণ কৰক। তাৰ পিছতহে কথা পাতিম”, টুইটটোত কাশ্যপে লিখে।

आज CAA लागू हो गया । मोदी को बोलो पहले अपने काग़ज़ , अपनी डिग्री इन “entire political science” दिखाए , और अपने बाप का और ख़ानदान का birth सर्टिफ़िकेट दिखाए सारे हिंदुस्तान को। फिर हमसे माँगे । #fuckCAA

— Anurag Kashyap (@anuragkashyap72) January 10, 2020

কেৱল সেয়াই নহয়, মোদীক দেশবাসীক তেওঁৰ জন্মৰ প্ৰমাণ পত্ৰ আৰু লগতে দেউতাকৰ জন্মৰ প্ৰমাণ পত্ৰও দেখুৱাবলৈ প্ৰত্যাহ্বান জনাই চিনেমা নিৰ্মাতাগৰাকীয়ে কয়, “তাৰ পাছতহে আমাৰ বিচাৰিবা”।

CAA-ৰ বিৰোধিতাত দিয়া পোষ্টটোত কাশ্যপে #fuckCAA হেছটেগ ব্যৱহাৰ কৰে।

हमारे ऊपर CAA लागू करने वाले PM की degree in “entire political science “ देखनी है मुझे पहले । साबित करो पहले कि मोदी पढ़ा लिखा है । फिर बात करेंगे । #fuckCAA

— Anurag Kashyap (@anuragkashyap72) January 10, 2020

তেওঁ নাগৰিকত্ব (সংশোধন) আইনখনক বিমুদ্ৰাকৰণৰ সৈতেও ৰিজনি কৰি মন্তব্য কৰে।

উল্লেখযোগ্য যে হাজাৰ প্ৰতিবাদ সত্ত্বেও কেন্দ্ৰীয় চৰকাৰে এখন অধিসূচনাযোগে নাগৰিকত্ব (সংশোধন) আইনখন ১০ জানুৱাৰিৰ পৰা বলৱৎ কৰে।

অভিনেত্ৰী স্বাৰা ভাস্কৰেও আইনখনৰ বলৱৎকৰণৰ বিৰোধিতাত প্ৰতিবাদ কৰে আৰু এই দিনটোক “ভাৰতৰ ক’লা দিন” আখ্যা দিছে।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd