• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জানেনে আপুনি? মুকেশ আম্বানিৰ পিছত দ্বিতীয় চহকী ভাৰতীয়জন কোন?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2020 8:58 pm
1-750x375

এভিনিউ ছুপাৰমাৰ্টছৰ প্ৰতিষ্ঠাতা ৰাধাকিষাণ ডামানী।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আটাইতকৈ চহকী ভাৰতীয়জন বাৰু মুকেশ আম্বানি বুলি প্ৰায় সকলোৱেই জানে। কি্ন্তু মুকেশ আম্বানিৰ পিছত দ্বিতীয় চহকী ভাৰতীয় কোন?

হয়, আচৰিত হ’ব যে আপোনাৰ তেনেই অপৰিচিত হ’লেও এইজন লোক ঈৰ্ষণীয়ভাৱে চহকী অথচ নাই লাইমলাইটত।

Apply Now

তেওঁ হ’ল এভিনিউ ছুপাৰমাৰ্টছৰ প্ৰতিষ্ঠাতা ৰাধাকিষাণ ডামানী। বৰ্তমান ডামানীয়েই হ’ল দ্বিতীয় সৰ্বাধিক চহকী ভাৰতীয়।

গৌতম আদানী, লক্ষ্মী মিট্টাল, ৰতন টাটা, শিৱ নাদাৰ, বেংকাৰ উদয় কটক আৰু কুমাৰ মংগলম বিৰলাৰ দৰে বৃহৎ নামবোৰক পিছ পেলাই ডামানীয়ে শেহতীয়াকৈ তালিকাৰ দ্বিতীয় স্থানলৈ আহে।

তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হ’ল ১৭.৯ বিলিয়ন ডলাৰ (ফ’ৰ্বছৰ ৰিয়েল টাইম বিলিয়নাৰছ ইণ্ডেক্সৰ মতে)।

এই ইণ্ডেক্সৰ মতে, মুকেশ আম্বানিৰ মুঠ সম্পত্তিৰ পৰিমাণ ৫৭.৯ বিলিয়ন ডলাৰ।

শুকুৰবাৰে এভিনিউ ছুপাৰমাৰ্টছৰ শ্বেয়াৰ বোম্বেই ষ্টক মাৰ্কেটত সৰ্বকালৰ উচ্চ স্তৰলৈ উঠাৰ পিছত ৰাধাকৃষাণ আৰু তেওঁৰ পৰিয়ালৰ শুকুৰবাৰে সম্পত্তিৰ পৰিমাণ প্ৰায় ৯৬ মিলিয়ন বৃদ্ধি হোৱা দেখা যায়, যিটোৰ হাৰ ০.৫৪ শতাংশ।

এভিনিউ ছুপাৰমাৰ্টছে ৫ ফেব্ৰুৱাৰিত প্ৰতিষ্ঠানিক বিনিয়োগকাৰীসকলৰ বাবে শ্বেয়াৰ বিক্ৰীৰ কথা ঘোষণা কৰিছিল। কোম্পানিটোৱে অফাৰ ফৰ ছেইলৰ জৰিয়তে ২.২৮ শতাংশ ইয়াৰ ষ্টেক বিক্ৰী কৰিব।

অফাৰ ফৰ ছেইলে এভিনিউ ছুপাৰমাৰ্টছলৈ প্ৰায় ৩,০৩২.৫ কোটি টকা আনিব বুলি আশা কৰা হৈছে, য’ত কোম্পানিটোৱে ১.৪৮ কোটি অংশ নিৰ্বিনিয়োগ কৰিবলৈ সিদ্ধান্ত কৰিছিল।

খুচুৰা বিনিয়োগকাৰীৰ বাবে অফাৰ ফৰ ছেইল অহা ১৭ ফেব্ৰুৱাৰিত মুকলি কৰা হ’ব আৰু খুচুৰা-ভিন্ন বিনিয়োগকাৰীৰ বাবে ইয়াক ১৪ ফেব্ৰুৱাৰিত মুকলি কৰা হ’ব।

এভিনিউ ছুপাৰমাৰ্টছৰ ১৯৬ টা ষ্ট’ৰ আছে আৰু ভাৰতত সৰ্বাধিক লাভজনক গেলামালৰ খুচুৰা বিক্ৰীৰ শৃংখলাবোৰৰ অন্যতম।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd