• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰফেট মহম্মদ বিতৰ্ক: নুপুৰ শৰ্মা আৰু নবীন জিন্দালৰ বিৰুদ্ধে ভঙাগড় থানাত এজাহাৰ প্ৰদেশ কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2022 5:21 pm
Prophet Mohammed remark
183
VIEWS
Share on FacebookShare on Twitter

মুছলমানৰ পয়গম্বৰ মহম্মদ সম্পৰ্কে বিতৰ্কিত মন্তব্যৰে দেশৰ লগতে আন্তৰ্জাতিক ৰাজনীতিতো খলকনি তোলা বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মাৰ লগতে বিজেপিৰ মিডিয়াৰ গোটৰ প্ৰাক্তন সম্পাদক নবীন জিন্দালৰ বিৰুদ্ধে ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে অসম কংগ্ৰেছে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জেষ্ঠ মুখপাত্ৰ ৰমেন চন্দ্ৰ বৰঠাকুৰ স্বাক্ষৰিত এজাহাৰনামাত দুয়োৰে বিৰুদ্ধে প্ৰফেট মহম্মদৰ সম্পৰ্কত অপমানজনক মন্তব্যৰে ভাৰতীয় সভ্যতা আৰু বৈচিত্ৰৰ মাজত ঐক্যৰ ধাৰণাক কলঙ্কিত কৰিছে বুলি অভিযোগ কৰা হৈছে।

এনে মন্তব্যই সমাজত ঋণাত্মক আৰু বিৰূপ প্ৰভাৱ পেলাব বুলি উল্লেখ কৰি কংগ্ৰেছে এইয়া এক ফৌজদাৰী অপৰাধ বুলি বিবেচনা কৰিবলৈ আহ্বান জনায়।

এনে কাৰকসমূহৰ প্ৰতি লক্ষ্য ৰাখি অভিযুক্ত দুয়োগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে কংগ্ৰেছে।নহ’লে ই অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি কংগ্ৰেছে সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখ্য যে প্ৰফেট মহম্মদ সন্দৰ্ভত নুপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্যৰ পিছতে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই বিতৰ্কৰ পিছতে আৰৱ বিশ্বৰ লগতে মুছলমান ৰাষ্ট্ৰসমূহে ভাৰতৰ বিৰুদ্ধে কূটনৈতিক বিৰোধৰ স্থিতি গ্ৰহণ কৰিছে।

এনে প্ৰতিক্ৰিয়াৰ ওচৰত সেও মানি বিজেপিয়ে ইতিমধ্যে নুপুৰ শৰ্মাৰ লগতে নবীন জিন্দালকো দলৰ পৰা নিলম্বন কৰিছে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd