• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সতীৰ্থ নেতাক গঁড় হত্যাকাৰী, বাংলাদেশী আখ্যাৰে ফে’চবুক পোষ্ট দিয়া দুলু আহমেদক কংগ্ৰেছৰ পৰা নিলম্বন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2019 7:25 pm
Dulu_Ahmed_Facebook Post

দুলু আহমেদ আৰু ২৬ জুলাইত দিয়া তেওঁৰ ফে'চবুক পোষ্টটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিনৰ পৰা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সৈতে সংঘাতত লিপ্ত হৈ অহা কংগ্ৰেছ নেতা দুলু আহমেদ অৱশেষত নিলম্বনৰ সন্মুখীন হ’ব লগীয়া হ’ল।

প্ৰদেশ কংগ্ৰেছৰ এজন সাধাৰণ সম্পাদক হিচাপে দায়িত্বত থকা আহমেদক আজি দলীয় অনুশাসন ভংগৰ অভিযোগত নিলম্বন কৰা হয়।

Apply Now

আহমেদক নিলম্বন কৰি জাৰি কৰা জাননীখনত হাজো ব্লক কংগ্ৰেছ কমিটিৰ অভিযোগ পত্ৰ, কংগ্ৰেছ সদস্য বাপুকণ আলীৰ অভিযোগ পত্ৰ, বাপুকণ আলীৰ বিৰুদ্ধে দুলু আহমেদৰ অভিযোগপত্ৰ, বাপুকণ আলী আৰু দুলু আহমেদে দিয়া কাৰণ প্ৰদৰ্শনৰ জাননীৰ উত্তৰ, দুলু আহমেদৰ ২৬ জুলাইৰ ফে’চবুক পোষ্ট আৰু তাৰ প্ৰতিক্ৰিয়া হিচাপে বিভিন্ন কংগ্ৰেছ সদস্যই দিয়া ফে’চবুক পোষ্ট আৰু মন্তব্যৰ আধাৰত এই নিলম্বনৰ সিদ্ধান্ত লোৱা হৈছে বুলি জনোৱা হৈছে।

“দুলু আহমেদৰ ফে’চবুক আপডেইটৰ পৰা এইটো স্পষ্ট হয় যে তেওঁ ইচ্ছাকৃতভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সংবিধানৰ অনুচ্ছেদ XIX (f) (v)-ৰ অধীনৰ নিয়ম 4 (e) আৰু অসম প্ৰদেশ কংগ্ৰেছে কোনো কংগ্ৰেছ কৰ্মীকে দলৰ ক্ষতি হ’ব পৰা মতামত আৰু মন্তব্য ছপা, ইলেকট্ৰনিক আৰু সামাজিক মাধ্যমত প্ৰকাশ নকৰিবলৈ জাৰি কৰা নিয়মাৱলী উলংঘা কৰিছে।”, নিলম্বন পত্ৰখনত এইদৰে কোৱা হৈছে।

জাননীখনত উল্লেখ কৰা মতে, কাৰণ প্ৰদৰ্শনৰ জাননীত আহমেদে দিয়া উত্তৰ “সন্তোষজনক” নহয়।

“গতিকে দলত অনুশাসন বৰ্তাই ৰখাৰ স্বাৰ্থত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক দুলু আহমেদক তৎতকালীনভাৱে কাৰ্য্যকৰী হোৱাকৈ, পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্য্যন্ত নিলম্বন কৰা হ’ল”, সাধাৰণ সম্পাদক ৰঞ্জন বৰা স্বাক্ষৰিত জাননীখনত কোৱা হয়। লগতে ইয়াক অসম প্ৰদেশ কংগ্ৰেছ কিমিটীৰ সভাপতিৰ অনুমোদনক্ৰমে বুলিও লিখা হৈছে।

উল্লেখ কৰিব পাৰি, যোৱা ২৬ জুলাইত এটা ফে’চবুক পোষ্টত কংগ্ৰেছ নেতাজনে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক গঁড় হত্যাকাৰী বুলিও অভিযোগ কৰাই নহয়, তেওঁৰ দেউতাক বাংলাদেশী আছিল, গতিকে তেৱোঁ বাংলাদেশী বুলি অভিহিত কৰিছিল।

“সকলো কংগ্ৰেছ কৰ্মীয়ে খবৰ কৰক।নগাওঁৰ গঁড় হত্যাকাৰী জনৰ পিতৃ বাঙলাদেশৰ ঢাকাৰ হয়।পিতৃ যদি বাংলাদেশী, পুত্ৰ কি?দলৰ কথা কি চিন্তা কৰিব”, এয়া আছিল দুলু আহমেদৰ ২৬ জুলাইৰ বিতৰ্কিত পোষ্টটো।

আনহাতে দুলু আহমেদে নিজৰ নিলম্বনৰ বিষয়ে জানিব পাৰি আজি এটা ফে’চবুক পোষ্ট দিয়ে, য’ত তেওঁ হাজো সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলক নতুন নেতৃত্বৰ অধীনত আগুৱাই যাবলৈ আহ্বান জনোৱাৰ লগতে, তেওঁৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ আঁতৰি থকাসকলৰ ওচৰত ক্ষমা বিচাৰে।

প্ৰদেশ কংগ্ৰেছে আজি হাজো সমষ্টিৰ কংগ্ৰেছ কৰ্মী বাপুকণ আলীকো নিলম্বন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd