• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৪ মাৰ্চত চৰকাৰী চাকৰি সৃষ্টিৰ বিষয়টো লৈ যুৱক-যুৱতীৰে বাৰ্তালাপত মিলিত হ’ব কংগ্ৰেছ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2021 3:13 pm
congress_12-768x511
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ ৫ লাখ চৰকাৰী চাকৰিৰ পৰিকল্পনা:এটি কথোপকথন এই বেনাৰৰ অধীনত কংগ্ৰেছে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া ৪৩ টা বিধানসভা সমষ্টিৰ আটাইকেইটাতে অহা ২৪ মাৰ্চ তাৰিখে চৰকাৰী চাকৰি সৃষ্টিৰ বিষয়টো লৈ যুৱক-যুৱতীসকলৰ সৈতে মিলিত হ’ব বাৰ্তালাপত।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম বিভাগ অধ্যক্ষা ববীতা শৰ্মাই এক প্ৰেছ বিবৃতিযোগে এই কথা জানিবলৈ দিছে।

Apply Now

অসমৰ যুৱক-যুৱতীসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ এটা সহানুভূতিপূৰ্ণ প্ৰচেষ্টাত, অসম কংগ্ৰেছে দলৰ চৰকাৰী চাকৰি গেৰাণ্টি কাৰ্যসূচীৰ সন্দৰ্ভত সচেতনতা সৃষ্টিৰ অভিপ্ৰায়েৰে মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰিব।

অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া ৪৩ টা বিধানসভা সমষ্টিৰ আটাইকেইটাতে এই মত বিনিময় অনুষ্ঠানসমূহৰ আয়োজন কৰা হ’ব, যিবোৰত নেতৃত্ব প্ৰদান কৰিব এই সমষ্টিসমূহৰ দলীয় প্ৰাৰ্থীসকলে, আৰু এই অনুষ্ঠানসমূহত তৃণমূল পৰ্যায়ত উত্থাপিত প্ৰশ্নবোৰৰ উত্তৰ দিয়া হ’ব আৰু ওজৰ-আপত্তিসমূহৰ কথা শুনা হ’ব।

এই আলোচনা আৰু বাৰ্তালাপভিত্তিক উদ্যমসমূহ গ্ৰহণ কৰা হ’ব “কংগ্ৰেছৰ ৫ লাখ চৰকাৰী চাকৰিৰ পৰিকল্পনা: এটি কথোপকথন” শীৰ্ষক বেনাৰৰ অধীনত।

দলৰ প্ৰাৰ্থীসকলে তেওঁলোকৰ নিজ নিজ সমষ্টিৰপৰা সেই সকলো লোককে এই  মত বিনিময়ভিত্তিক অনুষ্ঠানত ভাগ ল’বলৈ আমন্ত্ৰণ জনাইছে, যিসকলে তেওঁলোকৰ চৰকাৰী চাকৰিৰ গেৰাণ্টিৰ বাবে অনলাইন পঞ্জীয়ন কৰিছিল।

প্ৰাপ্ত শেহতীয়া সংখ্যা অনুসৰি, আটাইবোৰ সমষ্টিৰপৰা ১ লাখ ৪০ হাজাৰৰো অধিক লোকে দলৰ আনুষ্ঠানিক ৱেবছাইট www.congressor5guarantee.in ত তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছে।

আনকি যিসকলে অনলাইন চাকৰি পঞ্জীয়ন কাৰ্যসূচীত এই পৰ্যন্ত পঞ্জীয়ন কৰা নাই, তেওঁলোককো এই মত বিনিময় অনুষ্ঠানলৈ স্বাগতম জনোৱা হ’ব যাতে তেওঁলোকে কংগ্ৰেছ দলৰ চাকৰি গেৰাণ্টি কাৰ্যসূচীৰ বিষয়ে কথাবোৰ ভালকৈ জানি ল’ব পাৰে।

ইয়াৰ গেৰাণ্টি তথা পৰিকল্পনাসমূহ তৃণমূল পৰ্যায়লৈকে লৈ যোৱাৰ বাবে কংগ্ৰেছ দলে গ্ৰহণ কৰা এই অভিযানে অনলাইন চাকৰি পঞ্জীয়নৰ পদক্ষেপটোক ইয়াৰ পৰৱৰ্তী পৰ্যায়লৈ লৈ যাব।

যিসকলে এই কাৰ্যসূচীৰ বিষয়ে অধিক তথ্য আহৰণ কৰিব খোজে তেওঁলোকৰ সৈতে আৰু ৰাজ্যখনত ৫ লাখ চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ দলে ধাৰ্য কৰা লক্ষ্যত কেনেকৈ উপনীত হোৱা যাব সেই বিষয়ে নিজ নিজ প্ৰশ্নসমূহৰ উত্তৰ বিচৰা সকলৰ সৈতে দলৰ প্ৰাৰ্থীসকলে তেওঁলোকৰ সমষ্টিসমূহত অবিৰত, ব্যক্তিগত প্ৰশ্নোত্তৰ, আলোচনাৰ আয়োজন কৰিব।

ইয়াৰ লগতে, কংগ্ৰেছ দলে দলৰ অনলাইন চাকৰি পঞ্জীয়ন কাৰ্যসূচীৰ বিষয়েও ৰাইজৰ প্ৰশ্নসমূহৰ উত্তৰ দিব আৰু ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলক দলৰ নিৰ্ধাৰিত ৱেবছাইটত তেওঁলোকৰ আবেদন দাখিল কৰাৰ উদ্যম হাতত ল’বলৈ অনুপ্ৰাণিত কৰিব।

এই আলোচনাধৰ্মী উদ্যমৰ আঁৰত থকা ধাৰণাটো হ’ল, অসমৰ ৰাইজক এই কথা বিস্তৃতভাৱে বুজাই দিয়া কেনেকৈ কংগ্ৰেছ দলে ইয়াৰ চৰকাৰী চাকৰিৰ গেৰাণ্টি কাৰ্যসূচী ৰূপায়ণৰ কথা চিন্তা কৰিছে।

এই মত বিনিময়সমূহৰ আয়োজন কৰা হ’ব ৰাইজৰ বাবে যাতে তেওঁলোকে এই কথা গম পায় যে ৰাইজৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ দল বদ্ধপৰিকৰ আৰু লগতে কংগ্ৰেছ অসমত ক্ষমতালৈ অহাৰ পাছত ৫ লাখ চৰকাৰী চাকৰিৰ গেৰাণ্টিসম্পন্ন সৃষ্টিৰ পৰা তেওঁলোকৰ কি কি উপকাৰ হ’ব সেই কথা বুজিবলৈ ৰাইজক যাতে অনুপ্ৰাণিত কৰিব পৰা যায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm
গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd