• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘কংগ্ৰেছৰ চৰকাৰ হ’লে ঘৰে ঘৰে এটাকৈ চাকৰি; ১২০ ইউনিটলৈকে দিব নালাগে বিদ্যুতৰ বিল’

‘কংগ্ৰেছৰ চৰকাৰ হ’লে কৃষকৰ কৃষি ঋণ, মহিলাৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ কৰি দিয়া হ’ব’

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , January 1, 2021 9:07 pm

2 min read

APCC Prez Ripun Bora's reply over Himanta Biswa Sarma's comment

ৰিপুণ বৰা

411
VIEWS
Share on FacebookShare on Twitter

২০২১ বৰ্ষৰ প্ৰথম দিনটোত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই সাংবাদিকৰে সৈতে ৰাজীৱ ভৱনত মত বিনিময় কৰি ২০২১ ত কংগ্ৰেছ চৰকাৰ হ’লে কি কি উন্নয়ন কৰিব বা সমস্যা সমাধান কৰিব তাৰ এক নমুনা উল্লেখ কৰে। তলত সেইসমূহ অ-সম্পাদিত ৰূপত উল্লেখ কৰা হ’ল:

  • ‘কংগ্ৰেছৰ চৰকাৰ হ’লে ঘৰে ঘৰে এটাকৈ চাকৰি প্ৰদান কৰা হ’ব। যিসকল লোকৰ পৰিয়ালত এটাও চাকৰি নাই সেই পৰিয়ালক চৰকাৰী অথবা বে-চৰকাৰী খণ্ডত একোটাকৈ চাকৰি প্ৰদান কৰা হ’ব।
  • কংগ্ৰেছৰ চৰকাৰ হ’লে কৃষকৰ কৃষি ঋণ, মহিলাৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ কৰি দিয়া হ’ব। বস্তুৰ মূল্যবৃদ্ধি হোৱাৰ ফলত কৃষকে উৎপাদিত সামগ্ৰীৰ নুন্যতম মূল্যটোও লাভ কৰিব পৰা নাই। যাৰ ফলত কম দামতে বজাৰত তেওঁলোকে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব লাগে। সেয়.এহে ২০২১ ত কংগ্ৰেছৰ চৰকাৰ আহিলে সকলো কৃষকৰ কৃষি ঋণ মাফ কৰি দিয়াৰ সিদ্ধান্ত লৈছো।
  • ইতিমধ্যে, ৰাজস্থান, চত্তিশগড় আৰু মধ্যপ্ৰদেশত কৃষকৰ কৃষি ঋণ ইতিমধ্যে মাফ কৰি দিয়া হৈছে।
  • ৰাজ্যত মাইক্ৰ’ ফাইনেন্সে বিশেষকৈ মহিলাসকলক ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে বেয়াকৈ হাৰাশাস্তি কৰিছে। বহুতে গৰু ছাগলী, সোণৰ গহনা বিক্ৰী কৰি ঋণ পৰিশোধ কৰিবলগীয়া হৈছে। কিন্তু এতিয়ালৈকে চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই। ২০২১ ত কংগ্ৰেছৰ চৰকাৰ হ’লে মাইক্ৰ’ ফাইনেন্সৰ এই সকলোখিনি ঋণ পৰিশোধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।
  • দৰিদ্ৰতা দূৰীকৰণৰ কাৰণে ৰাহুল গান্ধীৰ ন্যায় আঁচনিৰ অসমত ৰূপায়.ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰত্যেকটো বিপিএল কাৰ্ড থকা পৰিয়ালক এই ন্যায় আঁচনিৰ জৰিয়তে ৭৫০০ টকাকৈ প্ৰদান কৰা হ’ব।
  • ৰাজীৱ গান্ধী গ্ৰামীণ বৈদ্যুতিকৰণ আঁচনিৰ অধীনত বিপিএল আৰু মধ্যবিত্ত পৰিয়ালক ১২০ ইউনিটলৈকে বিদ্যুত মাছুল ৰেহাই দিয়া হ’ব। যাৰ ফলত প্ৰায় ৫৮ লাখ পৰিয়াল লাভৱান হ’ব।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd