• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Social Media অধিক শক্তিশালী কৰি বিজেপিৰ IT চেলৰ বিৰুদ্ধে যুঁজিব প্ৰদেশ কংগ্ৰেছে

বিজেপিৰ আই.টি চেলৰ বিৰুদ্ধে কংগ্ৰেছৰ ‘Social Media War Room’

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , January 28, 2021 8:29 pm

1 min read

283
VIEWS
Share on FacebookShare on Twitter

Social Media ত অধিক শক্তিশালী হোৱাৰ প্ৰয়াস কৰিছে অসম প্ৰদেশ কংগ্ৰেছে।

আজি আনুষ্ঠানিকভাৱে মুকলি হ’ল প্ৰদেশ কংগ্ৰেছৰ Social Media Control room বা ৱাৰ ৰুম।

আজি মানবেন্দ্ৰ শৰ্মা কম্প্লেক্সত এই কোঠা মুকলি কৰে জাতীয় কংগ্ৰেছৰ Social Media বিভাগৰ অধ্যক্ষ ৰোহন গুপ্তা, প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং আৰু সভাপতি ৰিপুন বৰাই।

২০২১ৰ অসম বিধান সভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ আই. টি চেলৰ বিৰুদ্ধে যুজঁ দিব এই social মিডিয়া টিমে।

ছ’চিয়েল মিডিয়া কন্ট্ৰ’ল ৰুম মুকলি কৰি এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰোহন গুপ্তাই কয় ‘আমাৰ এই ছ’চিয়েল মিডিয়া কন্ট্ৰ’ল ৰুম আমাৰ কৰ্মীসকলৰ দ্বাৰা পৰিচালিত হ’ব। বিজেপিৰ দৰে আমি ডিভাইড এণ্ড ৰোল নকৰো।‘

ইপিনে বিজেপিৰ ছ’চিয়েল মিডিয়া ‘পেইড এজেন্সি’ৰ বুলি দাবী কৰি গুপ্তাই লগতে কয় ‘আমাৰ কংগ্ৰেছ কৰ্মীসকলে বিজেপিৰ বিফলতা ভ্ৰষ্টাচাৰসমূহ গাঁৱে-ভুঞে লৈ যাব। পৰৱৰ্তী সময়ত বুথ পৰ্য্যায়ত ছ’চিয়েল মিডিয়াৰ যোদ্ধা প্ৰস্তুত কৰা হ’ব।‘

‘কংগ্ৰেছক অসমৰ জনতাই আশীৰ্বাদ দিব বুলি বিশ্বাস আছে। এইবাৰ কংগ্ৰেছৰ জয় হ’ব আৰু কংগ্ৰেছৰ জয় মানে অসমৰ জয়।‘ গুপ্তাই এইদৰে কয়।

ইপিনে, পূৰ্বৰে পৰা প্ৰদেশ কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া সক্ৰিয় আছিল যদিও ২১ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অধিক শক্তিশালী ৰূপত ৱাৰ ৰুমৰ পৰা কাম-কাজসমূহ চলিব বুলি দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd