DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ শুনানিৰ নামত হাৰশাস্তি ভোগা জনতাৰ হৈ হাজেলাক সাক্ষাৎ এ পি চি চিৰ ১১ জনীয়া প্ৰতিনিধি দলৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 5, 2019 10:07 pm
APCC press meet

এ পি চি চিৰ সংবাদমেল

739
VIEWS
Share on FacebookShare on Twitter

ৰাজীৱ ভৱনত সোমবাৰে অনুষ্ঠিত এখন সংবাদমেলত প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ মুখপাত্র দুৰ্গা দাস বড়োয়ে এন আৰ চিৰ শুনানিৰ নামত হাৰশাস্তি ভোগকৰা জনতাৰ হকে এ পি চি চি ১১ জনীয়া এটা প্ৰতিনিধি দলে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষৎ কৰে বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, প্ৰতিনিধিৰ দলটোৱে হাজেলাক সাক্ষাৎ কৰি স্মাৰক পত্ৰও প্ৰদান কৰে বুলি উল্লেখ কৰে।

সংবাদমেলত যোৱা নিশা ন-মাইলৰ ঘটনাটো উল্লেখ কৰি তেওঁ কয়, ‘মাত্ৰ ৪৮ ঘন্টাৰ কম সময়ত এন আৰ চিৰ শুনানিৰ নামত খাতি খোৱা লোকক হাৰাশাস্তি কৰি এনেদৰে শুনানিৰ বাবে জাননী জাৰি কৰাৰ ফলশ্ৰুতিতে দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে’’।

এইক্ষেত্ৰত প্ৰতিনিধি দলটোৱে সোমবাৰে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি এন আৰ চি শুনানিৰ নামত ৪৮ ঘন্টাত হাজিৰ হ’ব নোৱাৰা লোকসকলৰ বাবে পুনৰ সুযোগ দিয়াৰ কাৰণে আহ্বান জনাই বুলি তেওঁ কয়।

হাজেলাই তেওঁলোকৰ দাবী সমূহ গ্ৰহণ কৰি দুৰ্ঘটনা সংঘটিত হোৱা লোকসকলৰ বাবে তেওঁলোকৰ জিলালৈ  গৈ এন আৰ চিৰ শুনানিৰ কাম কৰিব বুলি আশ্বাস দিয়ে।

তাৰোপৰি,  এন আৰ চি শুনানিৰ বাবে পৰবৰ্তী সময়ত ৪৮ ঘন্টাৰ সময়সীমা বৃদ্ধি কৰা হ’ব বুলিও প্ৰতিনিধি দলটোক প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Recent News

IPL 2022: যশপ্ৰীত বুমৰাহে আইপিএলত গঢ়িলে এক অনন্য অভিলেখ

IPL 2022: যশপ্ৰীত বুমৰাহে আইপিএলত গঢ়িলে এক অনন্য অভিলেখ

বটদ্ৰৱাৰ হিংসাত্মক কাণ্ড: শালনাবাৰী গাঁৱৰ অভিযুক্তৰ ঘৰত জিলা প্ৰশাসনে চলালে উচ্ছেদ

বটদ্ৰৱাৰ হিংসাত্মক কাণ্ড: শালনাবাৰী গাঁৱৰ অভিযুক্তৰ ঘৰত জিলা প্ৰশাসনে চলালে উচ্ছেদ

বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ! ক্ষিপ্ৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া; ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন

বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ! ক্ষিপ্ৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া; ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন

Australia Elections: পৰাজিত প্ৰধানমন্ত্ৰী স্কট মৰিছন; লেবাৰ পাৰ্টিৰ হাতত অষ্ট্ৰেলিয়াৰ শাসনভাৰ

Australia Elections: পৰাজিত প্ৰধানমন্ত্ৰী স্কট মৰিছন; লেবাৰ পাৰ্টিৰ হাতত অষ্ট্ৰেলিয়াৰ শাসনভাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd