• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজীৱ গান্ধী সন্দৰ্ভত প্ৰধান মন্ত্ৰী মোদীৰ মন্তব্য : গুৱাহাটীত বিক্ষুব্ধ কংগ্ৰেছৰ প্ৰতিবাদ

অনিৰ্বান পাঠক by অনিৰ্বান পাঠক
May 6, 2019 6:28 pm
06-05-19 Guwahati- Congress protest against PM Modi (5)

ৰাজীৱ গান্ধী সন্দৰ্ভত প্ৰধান মন্ত্ৰী মোদীৰ মন্তব্যৰ বিৰুদ্ধে গুৱাহাটীত কংংগ্ৰেছৰ প্ৰতিবাদ। ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰয়াত প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীক সাঙুৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্যৰ পাছতেই ক্ষোভত ফাটি পৰিছে কংগ্ৰেছ নেতা-কৰ্মী সকল। মোদীৰ মন্তব্যৰ বিৰোধিতা কৰি কংগ্ৰছে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ছ’চিয়েল মিডিয়াৰ জৰিয়তেও ইয়াৰ গৰিহণা দিছে বহু কংগ্ৰেছ নেতাই।

সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মোদীৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। লগতে এগৰাকী প্ৰধান মন্ত্ৰীৰ মুখত এনেধৰণৰ কথাই শোভা নাপায় বুলিও প্ৰতিবাদকাৰীসকলে মন্তব্য কৰে।

Apply Now

উল্লেখ্য যে, ৰাফেল যুদ্ধ বিমান চুক্তিৰ নামত দুৰ্নীতি হোৱাৰ অভিযোগ আনি কংগ্ৰেছে বিজেপিক সমালোচনা কৰি থকাৰ বিপৰীতে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে বাক্য বাণ নিক্ষেপ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ এক নিৰ্বাচনী সভাত ভাষণ প্ৰসংগত প্ৰয়াত ৰাজীৱ গান্ধীকো সাঙুৰি লৈছিল।

ৰাহুল গান্ধীক উদ্দেশ্যি মোদীয়ে কৈছিল, ‘’আপোনাৰ পিতৃক কংগ্ৰেছে ‘মিষ্টাৰ ক্লীন’ বুলি আখ্যা দিছিল। কিন্তু চাওতে চাওতে এক নম্বৰ দুৰ্নীতিগ্ৰস্ত হিচাপেহে তেওঁৰ জীৱনৰ সামৰণি পৰিছিল।‘’ মোদীয়ে ৱফৰ্চ কেলেংকাৰিৰ প্ৰসংগেৰে ৰাজীৱ গান্ধীৰ বিৰুদ্ধে এনে মন্তব্য কৰিছিল।

মোদীৰ মন্তব্যৰ বিৰোধিতা কৰি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰাই কয়, ‘’প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ প্ৰতি কিবা ত্যাগ-বৰঙণি আছে বুলি আমি নাভাবো। তেখেত হঠাৎ প্ৰধান মন্ত্ৰী হৈছে। প্ৰধান মন্ত্ৰী হোৱাৰ পাছত তেওঁ মিছা কথাৰে দেশ শাসন কৰিছে আৰু ৰাইজক ফাঁকি দিছে। তেখেতসকলে ক্ষমতাত থাকিব নোৱাৰিব বুলি বুজি পাইছে। সেয়ে হতাশগ্ৰস্ত হৈ এনেধৰণৰ বক্তব্য ৰাখিছে।‘’

তেওঁ লগতে ৰাজীৱ গান্ধী কেৱল প্ৰধান মন্ত্ৰী বা ভাৰতৰত্নই নাছিল, তেওঁ দেশৰ কাৰণে আত্মবলিদান দিয়া এজন চহিদ আছিল বুলিও মন্তব্য কৰে। একেদৰে ৰাজীৱ গান্ধীৰ মাতৃ তথা প্ৰয়াত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়েও দেশৰ কাৰণেই আত্মবলিদান দিছিল বুলি মন্তব্য কৰে।

অনিৰ্বান পাঠক

অনিৰ্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am
এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am
এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd