DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জামিনত মুকলি এ’ পি এচ চি কাণ্ডত অভিযুক্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 12, 2019 4:42 pm
Rakesh-Gupta APSC cash-for-job scam accused gets bail

ৰাকেশ গুপ্তা।

728
VIEWS
Share on FacebookShare on Twitter

জামিনত মুকলি হৈছে ধনৰ বিনিময়ত এ’ পি এচ চিৰ চাকৰি লোৱাত অভিযুক্ত ৰাকেশ গুপ্তা।

অসম আৰক্ষী সেৱাৰ নিলম্বিত বিষয়া গুপ্তাক মঙলবাৰে গুৱাহাটীৰ এক বিশেষ আদালতে জামিন প্ৰদান কৰে।

এ’ পি এচ চি কাণ্ডৰ তদন্ত আৰম্ভ হোৱাৰ পিছতে প্ৰায় দুবছৰ ধৰি পলাই থকা গুপ্তাই যোৱা বছৰ এপ্ৰিলত আদালতত আত্মসমৰ্পণ কৰিছিল।

অভিযোগ মতে, গুপ্তাৰ হাতৰ আখৰ তেওঁৰ উত্তৰ বহীৰ আখৰৰ সৈতে মিলা নাছিল।

“১ লাখ টকাৰ ব’ন্দৰ বিনিময়ত আদালতে তেওঁক জামিন দিছে। অভিযুক্তগৰাকীক আৰু বন্দী কৰি ৰখাৰ প্ৰয়োজন নোহোৱাৰ বাবে আদালতে জামিন মঞ্জুৰ কৰিছে,” গুপ্তাৰ অধিবক্তা জিয়াউৰ কামাৰৰ উদ্ধৃতি টাইমছ অৱ ইন্দিয়াৰ।

অৱশ্যে আদালতে গুপ্তাৰ চালচলনত সীমাবদ্ধতা আৰোপ কৰিছে আৰু তেওঁক তদন্তৰ সৈতে সহযোগ কৰি যাবলৈ নিৰ্দেশ দিছে। অসম আৰক্ষীৰ সূত্ৰ অনুসৰি তদন্তটো চূড়ান্ত পৰ্য্যায়ত আছে।

আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ে বুধবাৰে শুনানি গ্ৰহণ কৰিব অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ অনুমতি বিচাৰি চি বি আই-এ দাখিল কৰা এখন আবেদনৰ।

Recent News

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Independence Day

ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তীৰ দুটা ভাষণ

AASU Chitta Basumatary

প্ৰাক্তন আছু নেতাৰ কবিতাই জোকাৰিছে ফেচবুক: কি আছে এই কবিতাত!

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd