• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধায়ক হ’বলৈ মন মেলিছে এ পি ডব্লিউৰ সভাপতি অভিজিত শর্মা : ক’ৰ পৰা নিৰ্বাচন খেলিব শৰ্মাই?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 12, 2020 9:26 pm
index.jpgaa
428
VIEWS
Share on FacebookShare on Twitter

২০২১ চনৰ বিধান সভা নিৰ্বাচনত পূৱ গুৱাহাটী সমষ্টিৰ পৰা এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাক প্ৰাৰ্থী নিজকে প্ৰক্ষেপ কৰিব বিচৰা বুলি দাবী কৰিছে এ পি ডব্লিউৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকাদাৰে।

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত তালুকদাৰে কয় ‘পুৱ গুৱাহাটী বাসী ৰাইজে বিচাৰিছে পৰিবর্তন। তথাকথিত ৰাজনীতিৰ খোৱা কামোৰাৰ সুঁতি এৰি অসমৰ অন্যতম শিক্ষিত মানুহৰ সমষ্টি পূৱ গুৱাহাটীবাসী ৰাইজে পূৱ গুৱাহাটীত শৈশৱ কৈশোৰ যৌৱন অতিবাহিত কৰা আভিজিৎ শৰ্মাক পূৱ গুৱাহাটীবাসী ৰাইজে বিধায়ক হিচাপে বিচৰা কথাটোক গুৰুত্বসহকাৰে লোৱাটো সাময়িক ৰাজনীতিৰ গুৰুত্বপুর্ণ ঘটনা হিচাপে পৰিগণিত হৈছে।‘

তেওঁ আৰু কয় ‘এন আৰ চি, নদীবান্ধ আদি বিষয়ত গাঁথিৰ ধন ভাঙি মহামান্য উচ্চতম ন্যায়ালয়ত জাতিৰ হকে সাহসেৰে থিয় হোৱা অল্পভাসী অথচ যুক্তিসংগত আভিজিৎ শর্মাৰ প্রতি ৰাইজে এই আহ্বান জনাইছে।

ইপিনে, ৰাইজৰ এই আহ্বানত আৱেগিক হৈ পৰা বুলি উল্লেখ কৰি বিজ্ঞপ্তিত তালুকদাৰে লিখি কয়, ‘আভিজিৎ শৰ্মাই আমাক জনায়, “জন্মৰে পৰা যিখিনি মানুহে সুখে দুখে বেমাৰে আজাৰে চিৰদিন মোৰ সতে থিয় হৈ মোক জাতিৰ হকে যুঁজিবলৈ উদ্বুদ্ধ কৰিছে তেওলোকৰ আহ্বানক উপেক্ষা কৰিবলৈ মোৰ প্ৰয়াত অভিভাৱকে মোক শিকোৱা নাই।‘

‘মোৰ কাম আগবাঢ়ি যোৱা আৰু জাতিটোক আগুৱাই লৈ যোৱা। এনে আহ্বানক মই কেতিয়াও অসহযোগ কৰা নাই আৰু ভৱিষ্যতে কৰাৰ প্রশ্ন ও নাহে!’ অভিজিত শৰ্মাৰ প্ৰতিক্ৰিয়া উল্লেখ কৰি এই কথা জনায় তালুকদাৰে।

তেওঁ আৰু লিখি কয় ‘এখন সৎ দুর্নীতিমুক্ত অসম গঢ়াৰ ক্ষেত্রত আমাৰ আসাম পাব্লিক ৱর্কছৰ যি যুদ্ধ সেয়া আমাৰ আজীৱন চলি থাকিব। পুৱ গুৱাহাটীবাসী ৰাইজৰ প্রতিটো আশা আকাংক্ষাক মৰ্যদা দি সামগ্রীক ভাবে স্বদেশ স্বজাতিৰ উন্নয়নৰ কাম কৰি থকাটো আমাৰ আজীৱন সংকল্প।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd