• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নতুন শপতনামা লৈ বুধবাৰে উচ্চতম ন্যায়ালয়ত এ পি ডব্লিউ ||এন আৰ চি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2019 9:05 pm
APW to file fresh affidavit in SC over NRC ranjan gogoi

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো

2.5k
VIEWS
Share on FacebookShare on Twitter

অসমৰ এন আৰ চি সম্পৰ্কীয় গোচৰটোৰ গুচৰীয়া আছাম পাব্লিক ৱৰ্কছে বিষয়টো সন্দৰ্ভত বুধবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ত নতুন শপতনামা দাখিল কৰিব।

প্ৰকাশিত এন আৰ চিত অসন্তুষ্ট সংস্থাটোৱে শপতনামাখনৰ জৰিয়তে পঞ্জীখনৰ এশ শতাংশ পুনৰীক্ষণৰ দাবী উত্থাপন কৰিব।

“আমি এন আৰ চিৰ ১০০ শতাংশ পুনৰীক্ষণৰ দাবী জনাইছো,” এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাই মঙলবাৰে নৰ্থইষ্ট নাওক জনায়।

এন আৰ চিৰ ৰাজ্যিক মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ “নিষ্ঠা”ত প্ৰশ্ন তুলি শৰ্মাই পুনৰীক্ষণ প্ৰক্ৰিয়াটো এক “ন্যায়িক গোট”ৰ দ্বাৰা কৰোৱাৰ বাবে দাবী জনাইছে।

এন আৰ চিত “জিহাদি”ৰ নাম সোমোৱাকে ধৰি সমগ্ৰ প্ৰক্ৰিয়াটোত উত্থাপিত “বিসংগতি”ৰ অভিযোগসমূহ আৰু খৰচৰ তদন্ত কৰোৱাৰ বাবেও সংস্থাটোৱে দাবী জনাইছে।

শৰ্মাই এই সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এন আই এ, চি বি আই আৰু ই দিৰ জৰিয়তে তদন্তৰ দাবী উত্থাপন কৰিছে।

“চৰকাৰ আবণ্টিত পুঁজি (প্ৰায় ১৬০০ কোটি টকা)ৰ ব্যয়ৰ সঠিক সত্যাসত্য নিৰূপণ কৰাৰ বাবে– কিছু ব্যক্তিয়ে হেৰফেৰ আৰু দুৰ্নীতি কৰিছে নেকি– আমি দাবী জনাইছো, আৰু ইয়াৰ তদন্ত এনফ’ৰ্চমেণ্ট ডিৰেক্তৰে’টৰদ্বাৰা হ’ব লাগে,” শৰ্মাই কয়।

আনহাতে, প্ৰক্ৰিয়াটো বিষয়া বাচনিৰ প্ৰক্ৰিয়াটো স্বচ্ছ আছিল নে নাই, আউটচ’ৰ্চ কৰা কাম-কাজ সঠিকভাৱে হৈছেলেনে নাই, আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া পইচা সঠিকভাৱে ব্যয় হৈছেলেনে নাই তাৰ তদন্ত আমি চি বি আইৰ দ্বাৰা হোৱাটো বিচাৰিছো, শৰ্মাই কয়।

Recent News

নগাঁৱৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা কিশোৰী গুৱাহাটীত উদ্ধাৰ

নগাঁৱৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা কিশোৰী গুৱাহাটীত উদ্ধাৰ

‘Yellow Glow Water’ ট্ৰেণ্ডক লৈ সকলো উদ্বাউল হৈ পৰিছে, কথাটো কি জানেনে? আঁৰত কি আছে?

‘Yellow Glow Water’ ট্ৰেণ্ডক লৈ সকলো উদ্বাউল হৈ পৰিছে, কথাটো কি জানেনে? আঁৰত কি আছে?

অসম কংগ্ৰেছৰ প্ৰচাৰত ৫ হাজাৰ ইছলামিক দেশৰ ছ’চিয়েল মিডিয়া একাউণ্ট জড়িত থকাৰ অভিযোগ! তুংগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ মাজৰ বাক-বিতণ্ডা

অসম কংগ্ৰেছৰ প্ৰচাৰত ৫ হাজাৰ ইছলামিক দেশৰ ছ’চিয়েল মিডিয়া একাউণ্ট জড়িত থকাৰ অভিযোগ! তুংগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ মাজৰ বাক-বিতণ্ডা

দুমাহৰ পিছত প্ৰাণ ঘূৰি আহিছে পেহেলগামলৈ : পুনৰ পৰ্যটকেৰে ভৰি পৰিছে ভূস্বৰ্গ

দুমাহৰ পিছত প্ৰাণ ঘূৰি আহিছে পেহেলগামলৈ : পুনৰ পৰ্যটকেৰে ভৰি পৰিছে ভূস্বৰ্গ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd