• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

আছাম ৰাইফলছৰ মন বেটেলিয়নৰ অভিযানত আটক এনএছচিএনৰ অভাৰগ্ৰাউণ্ড কৰ্মী

Bhadra Gogoi ভদ্ৰ গগৈ
ডিমাপুৰ , October 23, 2018 7:33 pm

1 min read

The apptehended NSCN (K) overground worker.
94
VIEWS
Share on FacebookShare on Twitter

আছাম ৰাইফলছৰ মন বেটেলিয়নৰ দ্বাৰা চলোৱা শেহতীয়া এটা অভিযানত এনএছচিএন খাপলাং গোটৰ এগৰাকী অভাৰগ্ৰাউণ্ড কৰ্মী ধৰা পৰিছে। কৰ্মীজন অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বাসিন্দা ইহাৰ পুত্ৰ ৩৩ বছৰীয়া হাংহাং (৩৩) বুলি জানিব পৰা গৈছে।

আছাম ৰাইফলছৰ তৰফৰ পৰা প্ৰকাশিত এটা সংবাদ বিবৃতিত কোৱা হৈছে যে এনএছচিএন খাংপলাং গোটৰ সদস্যজনৰ উপস্থিতি সন্দৰ্ভত লাভ কৰা তথ্যৰ পম খেদি চলোৱা এটা অভিযানত আটক কৰা হৈছে।

ঠাইতেই কৰা জেৰাত হাংগাং নামৰ এনএছচিএনৰ (খাপলাং) সদস্যজনে প্ৰকাশ কৰিছে যে সংগঠনটোৰ কাৰণে তেওঁ ‘মন’ চহৰত ধন সংগ্ৰহৰ কামত নিয়োজিত আছিল। সংবাদ বিজ্ঞপ্তিটোত আৰু কোৱা হৈছে যে সংগৃহীত ধনখিনি সংগঠনটোৰ ওচৰত জমা দিয়াৰ বাবে তেওঁ চাংলিঙলৈ যোৱাৰ পৰিকল্পনা কৰিছিল।

শেহতীয়াকৈ জানিব পৰা মতে অধিক জেৰা কৰাৰ বাবে আছাম ৰাইফলছে এনএছচিএনৰ সদস্যগৰাকীক ‘মন’ আৰক্ষীৰ জিম্মালৈ হস্তান্তৰিত কৰিছে।

Recent News

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd