• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিদেশৰ পৰা উভতি কোৱাৰেন্টেইন বিধি ভংগ; আৰবাজ আৰু চোহেইলৰ বিৰুদ্ধে এজাহাৰ দাখিল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 5, 2021 11:18 am

1 min read

Arbaz and Sohail Khan
135
VIEWS
Share on FacebookShare on Twitter

বলীউদৰ জনপ্ৰিয় অভিনেতা ছলমান খানত দুই ভাতৃ আৰবাজ আৰু চোহেইল খানে কৰ’নাৰ বাবে বাধ্যত্যামূলক কোৱাৰেন্টেইন বিধি ভংগ কৰাৰ অভিযোগ তুলিছে বৃহন্মুম্বাই পৌৰনিগম (বিএমচি)য়ে।

সোমবাৰে তেওঁলোক দুয়োজনৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।

বিএমচিয়ে জানিবলৈ দিয়া মতে যোৱা ২৫ ডিচেম্বৰত সংযুক্ত আৰৱ আমিৰশ্বাহীৰ পৰা তিনিজনে উভতি আহিছিল।

কৰ’না বিধি অনুসৰি তেওঁলোকে সাতদিনৰ বাধ্যতামূলক কোৱাৰেন্টাইনত থকাৰ কথা আছিল।

কিন্তু বিএমচিৰ অভিযোগ যে বিমানবন্দৰ এৰাৰ সময়ত আৰবাজ, চোহেইল আৰু নিৰ্বানে তেওঁলোকে বান্দ্ৰাৰ এখন বিলাসী হোটেলত সাতদিন সুকীয়াকৈ থাকি ঘৰলৈ যাব বুলি কৰ্তৃপক্ষক জানিবলৈ দিছিল।

পিচত জানিব পাৰে যে ২৬ ডিচেম্বৰতেই তেওঁলোকে হোটেলৰ বুকিং বাতিল কৰি ঘৰলৈ যায়। এই খৱৰ পোৱাৰ পাছতেই বিএমচিয়ে এফ আই আৰ দাখিল কৰে।

তেওঁলোকৰ বিৰুদ্ধে মহামাৰী আইন ভংগৰ গোচৰ ৰুজু কৰা হৈছে। ইপিনে, ছলমান খানৰ কনিষ্ঠ ভাতৃ চোহেইল খানে জানিবলৈ দিয়ে যে তেওঁলোকে উভতি অহাৰ পাছত বিমানবন্দৰত কৰ’নাৰ পৰীক্ষা কৰা হৈছিল আৰু তেওঁলোকৰ ৰিপ’ৰ্ট নিগেটিভ অহাত কোৱাৰেন্টাইনত নাথাকি ঘৰলৈ গুচি যায়।

আনহাতে, বিএমচিৰ স্পষ্ট মত হ’ল যে আইন সকলোৰে বাবে সমান হোৱা উচিত। সেয়েহে, অহা ১৪ দিনৰ বাবে তেওঁলোকক হোটেলত কোৱাৰেন্টাইনত থাকিবলৈ কোৱা হৈছে। সাতদিন পাছত কৰ’নাৰ টেষ্ট কৰা হ’ব আৰু ৰিপ’ৰ্ট নিগেটিভ আহিলে ঘৰলৈ যাব পাৰিব।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd