bhupen-hazarika

সুধাকণ্ঠৰ হৈ ৮ আগষ্টত ‘ভাৰত ৰত্ন’ গ্ৰহণ কৰিব তেজ হাজৰিকাই

অহা ৮ আগষ্টত বিশ্ববিশ্ৰুত শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক মৰণোত্তৰ ভাবে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হ’ব। ...

চাকৰি নিয়মীয়াকৰণৰ দাবীত দিচপুৰত সদৌ অসম গৃহৰক্ষী কৰ্মীৰ ‘গণ অৱস্থান’

চাকৰি নিয়মীয়াকৰণৰ দাবীত দিচপুৰত সদৌ অসম গৃহৰক্ষী কৰ্মীৰ ‘গণ অৱস্থান’

সদৌ অসম গৃহৰক্ষী কৰ্মীৰ প্ৰতিবাদত আজি কঁপিল দিচপুৰৰ লাষ্টগেট। ৰাজ্যৰ ২৭ হাজাৰ গৃহৰক্ষী বাহিনীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে আজি দিচপুৰ লাষ্টগেটত ...

rpan-750x375

ৰে’লৱে সুৰক্ষা বাহিনীৰ প্ৰচেষ্টাত পৰিয়ালৰ লোকৰ সৈতে পুনৰ মিলন তিনিগৰাকী কিশোৰৰ

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰঙিয়া ডিভিজনৰ অন্তৰ্গত ৰঙাপাৰা ৰে’লৱে সুৰক্ষা বাহিনীয়ে দেওবাৰে তিনিজন কিশোৰক উদ্ধাৰ কৰে আৰু পৰিয়ালৰ লোকৰ হাতত গটাই ...

Tiger

বন ধ্বংসৰ দুঃখবৰৰ মাজতে সুখবৰ!! অসমত ১৪ শতাংশ বৃদ্ধি পাইছে বাঘৰ সংখ্যা

প্ৰচুৰ বন ধ্বংসৰ দুঃখবৰৰ মাজতে বন্যপ্ৰাণীপ্ৰেমী আৰু প্ৰকৃতিপ্ৰেমীসকলৰ বাবে সুখবৰ যে গোটেই ভাৰতৰ লগতে অসমত বাঘৰ সংখ্যা বৃদ্ধি পাইছে। এই ...

পুনৰ এটা সাংবিধানিক অনুষ্ঠান ধ্বংসৰ দিশত

পুনৰ এটা সাংবিধানিক অনুষ্ঠান ধ্বংসৰ দিশত

আমাৰ দেশখন বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ৰূপে স্বীকৃত। তেনেকৈ সংবিধানখনো গুণ-গৰিমাৰে মণ্ডিত। সংবিধানে ভাৰতবৰ্ষ সুচাৰুৰূপে চলিবলৈ বিভিন্ন গণতান্ত্ৰিক ব্যৱস্থা প্ৰদান ...

Pranav-750x365

সৰ্বভাৰতীয় বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ ঈশাৰণী বৰুৱাৰ খিতাপ অৰ্জন

মণিপুৰ বেডমিণ্টন সংস্থাৰ উদ্যোগত আৰু ভাৰতীয় বেডমিণ্টন সংস্থাৰ সহযোগত মণিপুৰত ২১ জুলাইৰ পৰা আৰম্ভ হোৱা য়’নেক্স চানৰাইজ অল ইণ্ডিয়া চাব-জুনিয়ৰ ...

কাজিৰঙাত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন : কীৰ্তি ছাত্ৰ-ছাত্ৰী আৰু বনকৰ্মীক সম্বৰ্ধনা

কাজিৰঙাত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন : কীৰ্তি ছাত্ৰ-ছাত্ৰী আৰু বনকৰ্মীক সম্বৰ্ধনা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মচাৰী কল্যাণ সমিতিৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় উদ্যানখনত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন কৰা হয় ৷ কাজিৰঙাৰ কহঁৰাত থকা ...

garbage-throwing-pic-750x375

মাৰ্ঘেৰিটাত নিষিদ্ধ প্লাষ্টিক; য’তে-ত’তে আৱৰ্জনা পেলালে ভৰিব লাগিব ২০০০ টকা পৰ্যন্ত জৰিমনা

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা পৌৰসভাৰ অন্তৰ্গত অঞ্চলসমূহ স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে মাৰ্ঘেৰিটা পৌৰসভায়। জাননী অনুসৰি পৌৰসভাৰ ...

RAMESHK-660x375

ত্ৰিপুৰাৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ ৰমেশ বায়াসৰ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু ছত্তীশগড়ৰ পৰা সাতবাৰৰ লোকসভাৰ সাংসদ ৰমেশ বায়াসে সোমবাৰে ত্ৰিপুৰাৰ অষ্টাদশ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। ত্ৰিপুৰা ...

ব’লব’মলৈ যাওঁতে পশ্চিমবংগত দুৰ্ঘটনাগ্ৰস্ত হৈ শিল্পী সুস্মিতা ৰায়সহ অসমৰ একেটা পৰিয়ালৰ চাৰিজনৰ মৃত্যু

ব’লব’মলৈ যাওঁতে পশ্চিমবংগত দুৰ্ঘটনাগ্ৰস্ত হৈ শিল্পী সুস্মিতা ৰায়সহ অসমৰ একেটা পৰিয়ালৰ চাৰিজনৰ মৃত্যু

পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ কালচিনিৰ সমীপত ৩১নং (গ) ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত কোকৰাঝাৰৰ একেটা পৰিয়ালৰ চাৰিজন সদস্যই ...

Page 4736 of 6666 1 4,735 4,736 4,737 6,666

Recent News