• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰ্ঘেৰিটাত নিষিদ্ধ প্লাষ্টিক; য’তে-ত’তে আৱৰ্জনা পেলালে ভৰিব লাগিব ২০০০ টকা পৰ্যন্ত জৰিমনা

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
July 29, 2019 7:29 pm
garbage-throwing-pic-750x375

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

933
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা পৌৰসভাৰ অন্তৰ্গত অঞ্চলসমূহ স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে মাৰ্ঘেৰিটা পৌৰসভায়।

জাননী অনুসৰি পৌৰসভাৰ অধীনৰ ঘৰ, প্ৰতিষ্ঠানৰ পৰা জৈৱ আৰু অজৈৱ আৱৰ্জনাসমূহ পৌৰকৰ্মচাৰীৰ দ্বাৰ চালিত ঠেলাগাড়ী বা আন বাহনত পৃথক-পৃথক ভাৱে গতাই দিব লাগিব।

পৌৰ নিগমৰ বাহনত আৱৰ্জনা জমা নিদি এলেকাৰ ভিতৰৰ কোনো ঠাইত পেলালে পৌৰসভা অধিনিয়মৰ অধীনত ৫০০ টকা জৰিমনাৰ লগতে আইনী ব্যৱস্থাৰ সন্মুখীন হব লাগিব।

আনহাতে, তিনিচুকীয়া জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশে এক জাননী যোগে মাৰ্ঘেৰিটা পৌৰসভাই সকলো ব্যৱসায়িক প্ৰতিষ্ঠানত প্লাষ্টিক বেগৰ ব্যৱহাৰ অহা ১৫ আগষ্ট পৰা নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অৱগত কৰে।

প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰাৰ পাছত অঞ্চলটোৰ জনসাধাৰণে এতিয়া বজাৰ কৰাৰ সময়ত বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

পৌৰসভাৰ নিয়ম ভংগ কৰিলে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৮৮ মতে অপৰাধ হিচাপে বিৱেচিত হোৱাৰ লগতে ৫০০ টকা পৰ্য্যন্ত জৰিমনা ভৰিব লাগিব।

তদুপৰি, ৰাজহুৱা স্থানত ধূমপান কৰিলে ৫০০টকা, আৱৰ্জনা বিভিন্ন স্থানত দলিয়ালে ২০০০ টকা পৰ্য্যন্ত জৰিমনা ভৰিব লাগিব বুলি এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।

উল্লেখযোগ্য যে, ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা মাহিলী আৱৰ্জনা সংগ্ৰহ বাবে মাৰ্ঘেৰিটা পৌৰসভাক ক্ৰম অনুসৰি ৫ টকাৰ পৰা ১,৫০০ টকা পৰ্য্যন্ত মাচুল দিব লাগিব।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd