• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰে’লৱে সুৰক্ষা বাহিনীৰ প্ৰচেষ্টাত পৰিয়ালৰ লোকৰ সৈতে পুনৰ মিলন তিনিগৰাকী কিশোৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 29, 2019 9:27 pm

1 min read

rpan-750x375

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

612
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰঙিয়া ডিভিজনৰ অন্তৰ্গত ৰঙাপাৰা ৰে’লৱে সুৰক্ষা বাহিনীয়ে দেওবাৰে তিনিজন কিশোৰক উদ্ধাৰ কৰে আৰু পৰিয়ালৰ লোকৰ হাতত গটাই দিয়ে।

ৰঙাপাৰা ৰে’লৱে সুৰক্ষা বাহিনীয়ে বিশেষ সূত্ৰৰ পৰা নামনিমুৱা ১৫৬১৮ নম্বৰৰ দনৈ পোলো এক্সপ্ৰেছত তিনিজন ল’ৰাই ঘৰৰ পৰা পলাই অহা বুলি টেলিফোন যোগে খবৰ লাভ কৰে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সূত্ৰত প্ৰকাশ কৰা অনুসৰি ৰে’লৱে সুৰক্ষা বাহিনীৰ উদ্ধাৰকাৰী দলে খবৰ লাভ কৰাৰ পাছতে অভিযান আৰম্ভ কৰে আৰু ল’ৰা তিনিজনক চিনাক্ত কৰি ৰঙাপাৰাত থকা ৰে’ল সুৰক্ষা বাহিনীৰ হাতত গটাই দিয়ে।

ল’ৰা তিনিজন উদ্ধাৰ হোৱাৰ পাছত ৰে’লৱে সুৰক্ষা বাহিনীয়ে তেওঁলোকৰ পৰিয়ালৰ লোকক খবৰ দিয়ে। ৰে’লৱে সুৰক্ষা বাহিনীৰ খবৰৰ ভিত্তিত সন্ধাহীন হোৱা ল’ৰা তিনিজনৰ পৰিয়ালৰ লোক দেওবাৰে ৰঙাপাৰাত উপস্থিত হয় আৰু ৰে’লৱে সুৰক্ষা বাহিনীয়ে পৰিয়ালৰ হাতত ল’ৰা তিনিজনক গটাই দিয়ে।

ৰঙিয়াত থকা ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে দেওবাৰে এগৰাকী কিশোৰী আৰু এজন কিশোৰক ৰঙিয়া ষ্টেশ্যনত অসংযত অৱস্থাত উদ্ধাৰ কৰে বুলি বিভাগীয় সূত্ৰত প্ৰকাশ কৰে।

ৰে’লৱে আৰক্ষীৰ জেৰাত দুয়োগৰাকীয়ে ঘৰৰ পৰা পলাই অহা বুলি উল্লেখ কৰে। বিভাগৰ ফালৰ পৰা তেওঁলোক কোনোধৰণৰ মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰা নাই বুলি নিশ্চিত কৰা হয়।

পৰৱৰ্তীসময়ত দুয়োগৰাকীকে কামৰূপৰ চাইল্ড লাইনত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে গটাই দিয়া হয়।

Recent News

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd