boat accident at Brahmaputra river

প্ৰচণ্ড বতাহ-বৰষুণত ব্ৰহ্মপুত্ৰৰ বুকুত শোকাৱহ নাঁও দুৰ্ঘটনা; এজন লোক সন্ধানহীন

মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে নাঁও দুৰ্ঘটনা। দুৰ্ঘটনাত এজন লোক সন্ধানহীন হৈ থকাৰ বিপৰীতে আন দুজন লোকে কথামপি প্ৰাণ ৰক্ষা ...

VideoCapture_20190626-000957

বিয়াগোম শক্তি বিভাগৰ চূড়ান্ত অকৰ্মণ্যতা; তাঁৰ মেৰামতি নকৰাক লৈ ৰাইজৰ ক্ষোভ

ৰাজ্যত যিমানেই উষ্ণতাৰ পাৰাস্তম্ভ বৃদ্ধি হৈছে সিমানেই স্পষ্ট হৈছে বিয়াগোম শক্তি বিভাগৰ চূড়ান্ত অকৰ্মণ্যতা। নগাঁৱৰ পুৰণিগুদামত মঙলবাৰে নিশা সংঘটিত এক ...

Tinisukia Railway Junction

কেন্দ্ৰীয় মন্ত্ৰীয়ে জিৰণি ল’ব পৰা বিমান বন্দৰ সদৃশ ভি ভি আই পি ব্যৱস্থাৰে উন্নত হ’ব অসমৰ এটা ৰে’লৱে জংচন

উত্তৰ-পূব সীমান্ত ৰেলৱে হাতত লোৱা নিউ তিনিচুকীয়া ৰে’ৱলে জংচনৰ পুনৰ নিৰ্মাণৰ কাম প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হৈছে। কিছুদিন পাছতে ৰে’লযাত্ৰীসকলৰ ...

2-1-750x375

ব্যৱসায়-বাণিজ্য সম্প্ৰসাৰণৰ উদ্দেশ্যে বাংলাদেশ-ম্যানমাৰ ভ্ৰমণ কৰিব অসমৰ ৩০ জনীয়া প্ৰতিনিধি দলে

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাগৃহত অহা ২৬ জুনৰ পৰা ৪ জুলাইলৈ বাংলাদেশ আৰু ম্যানমাৰ ভ্ৰমণ ...

NITI Ayog

নীতি আয়োগৰ সমৃদ্ধ ৰাজ্যৰ ৰেংকিঙত বিজেপি শাসিত ৰাজ্যৰ নিম্নক্ৰমত স্থান লাভ : শীৰ্ষত কেৰালা, পোন্ধৰ সংখ্যক স্থানত অসম

বিগত দুটা বছৰত ২০১৬-১৭ আৰু ২০১৭-১৮ ত ৰাজ্যসমূহৰ সামগ্ৰিক প্ৰদৰ্শন আৰু ক্ৰমবৰ্দ্ধমান উত্তৰণক মুখ্য হিচপে লৈ নীতি আয়োগে প্ৰস্তুত কৰা ...

Assam's citizen forum pleads centre to withdraw NRC

প্ৰকাশ পালে এন আৰ চি (NRC) অতিৰিক্ত খচৰা; সেৱা কেন্দ্ৰ, অনলাইনত উপলব্ধ প্ৰকাশিত অতিৰিক্ত খচৰা

সম্পুৰ্ণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পূৰ্বে আজি প্ৰকাশ পাই নাগৰিকপঞ্জীৰ অতিৰিক্ত খচৰা। প্ৰকাশিত অতিৰিক্ত খচৰাখন প্ৰতিটো অন আৰ চি সেৱা ...

Maa Kamakhya

অম্বুবাচী মেলা : ‘মা’ৰ দৰ্শনৰ বাবে মুকলি হ’ল মন্দিৰৰ মুখ্যদ্বাৰ

নীলাচল পাহাৰৰ বুকুত অৱস্থিত শক্তিপীঠ কামাখ্যাত অনুষ্ঠিত হোৱা ঐতিহ্যমণ্ডিত মহা অম্বুবাচী মেলাৰ অন্তিমটো দিনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ ...

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য্য হিচাপে দায়িত্বভাৰ গ্ৰহণ ড০ বিৰিঞ্চি কুমাৰ দাসৰ

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য্য হিচাপে দায়িত্বভাৰ গ্ৰহণ ড০ বিৰিঞ্চি কুমাৰ দাসৰ

নামনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ বজালী মহাবিদ্যালয়ক ভট্টদেৱ বিশ্ববিদ্যালয় নামাকৰণেৰে বিশ্ববিদ্যালয় পৰ্য্যায়লৈ উন্নীতকৰণ কৰাৰ পাছত শিক্ষানুষ্ঠানখনৰ উপাচাৰ্য্য হিচাপে ড০ বিৰিঞ্চি কুমাৰ ...

heavy-rainfall in Guwahati and Assam

প্ৰচণ্ড গৰমৰ পৰা সকাহ; ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ’ব প্ৰচুৰ বৰষুণ

বিগত কিছুদিন ধৰি উত্তৰ-পূব বিশেষকৈ অসমত উৰ্ধগামী হোৱা পাৰাস্তম্ভ আজিৰ পৰা সাময়িকভাৱে  কিছুদিনৰ বাবে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি ...

Page 4834 of 6685 1 4,833 4,834 4,835 6,685

Recent News