• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অম্বুবাচী মেলা : ‘মা’ৰ দৰ্শনৰ বাবে মুকলি হ’ল মন্দিৰৰ মুখ্যদ্বাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 26, 2019 9:42 am

2 min read

Maa Kamakhya

মা কামাখ্যাত দৰ্শনাৰ্থীৰ আশিষ গ্ৰহণ

1.3k
VIEWS
Share on FacebookShare on Twitter

নীলাচল পাহাৰৰ বুকুত অৱস্থিত শক্তিপীঠ কামাখ্যাত অনুষ্ঠিত হোৱা ঐতিহ্যমণ্ডিত মহা অম্বুবাচী মেলাৰ অন্তিমটো দিনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভক্তৰ সমাগমেৰে ভৰি পৰে নীলাচল পাহাৰৰ সেউজ বক্ষ।

মা কামাখ্যাৰ আশিস বিচাৰি অহা বিভিন্ন প্ৰান্তৰ সাধু, সন্নাসী তথা ভক্ত, দৰ্শনাৰ্থীসকলে কামাখ্যা ধামত অম্বুবাচী মেলাৰ সময়ত উপস্থিত হৈ এখন সুন্দৰ পৃথিৱীৰ বাবে প্ৰাৰ্থনা কৰে।

উল্লেখযোগ্য যে, অম্বুবাচী মেলাৰ সময়ত মন্দিৰৰ মুখ্যদ্বাৰ তিনিদিনৰ বাবে বন্ধ থকাৰ পাছত ‘মা’ ৰ দৰ্শনৰ বাবে আজি সম্পূৰ্ণ পৰস্পৰাগত নীতি-নিয়ম অনুসৰি মুখ্যদ্বাৰ খুলি দিয়া হ’য়।

কামাখ্যা দেৱালয়ৰ বৰদলৈ মোহিত চন্দ্ৰ শৰ্মাই জনোৱা অনুসৰি আজি দিনৰ ২ বাজি ৪ মিনিট ২২ ছেকেণ্ডত দেৱীৰ নিবৃত্তি হ’ব। মন্দিৰৰ ৰীতি-নীতি অনুযায়ী আজি ৰাতিপুৱা ৬ বজাত দেৱী মাৰ স্নান আৰু পূজা অৰ্চনা সম্পন্ন হোৱাৰ পাছত মুখ্য দ্বাৰ দৰ্শনাৰ্থীসকলৰ বাবে মুকলি কৰি দিয়া হয়।

আনহাতে, কামাখ্যা দেৱালয়ৰ সৰু দলৈ কোবিন্দ্ৰ প্ৰসাদ শৰ্মাই জনোৱা মতে ২৬ আৰু ২৭ জুনত মন্দিৰ দৰ্শনৰ বাবে থকা ৫০১ টকা আৰু ৫১ টকাৰ টিকটৰ ব্যৱস্থা বন্ধ থকাৰ লগতে ৩০ জুন পৰ্যন্ত প্ৰতিৰক্ষা বাহিনীৰ বিশেষ টিকটৰ ব্যৱস্থা বন্ধ থাকিব।

চলিত অম্বুবাচী মেলাৰ আইন শৃংখলা আৰু তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ ব্যৱস্থাৰ বাবে দেৱালয়ৰ নিজা ১২০জন স্থায়ী সুৰক্ষা কৰ্মীৰ লগতে ৪০০ জন স্কাউচ গাইড,  ৪০০জন অস্থায়ী সুৰক্ষা কৰ্মী নিয়োগ কৰাৰ লগতে দেৱালয়ৰ চৌপাশে ৩০০ চি চি টি ভি কেমেৰা স্থাপন কৰা হৈছিল।

Recent News

WhatsApp Image 2021-01-17 at 11.51.37 AM

পুনৰ কৰ’নাৰ তাণ্ডৱ! চীনে ৫দিনৰ ভিতৰতে নিৰ্মাণ কৰিলে ১৫০০ কোঠাৰ হাস্পাতাল

373268-pm-cares-fund-2

স্বচ্ছতাৰ অভাৱ! পি এম কেয়াৰ্ছ ফাণ্ডক লৈ প্ৰাক্তন আমোলাৰ প্ৰশ্নৰ সন্মুখীন প্ৰধানমন্ত্ৰী মোদী

Bogamati protest

বনভোজস্থলী বগামাটিত মদ বন্ধৰ দাবীত উত্তাল বাঙালীপাৰা চাৰিআলি; ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক জনতা

natkhat-vidya-1200

অস্কাৰৰ দৌৰত এইবাৰ শ্বৰ্ট ফিল্ম ‘নটখট’; উৎফুল্লিত বিদ্যা বালান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd