DMCA.com Protection Status
Commonwealth Games closing ceremony

নিখাত জাৰিন আৰু শৰৎ কমলে বহন কৰিব কমনৱেলথৰ সামৰণি অনুষ্ঠানত ভাৰতীয় ধ্বজা

আজি সামৰণি পৰিব চলিত বাৰ্মিংহাম কমনৱেলথ গেমছৰ। আজি সামৰণি অনুষ্ঠানৰ পেৰেডত ভাৰতীয় পতাকাবাহক হিচাপে তাৰকা টেবুল টেনিছ খেলুৱৈ শৰৎ কমল ...

Bhupen-Borah

কংগ্ৰেছৰ ৮ বিধায়কে বিজেপিত যোগদান কৰাৰ মন্তব্যকলৈ ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনে কংগ্ৰেছৰ ৮ বিধায়কে বিজেপিত যোগদান কৰাকলৈ দিয়াৰ মন্তব্যৰ পাছতেই সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ...

কংগ্ৰেছৰ ৮ বিধায়কে শীঘ্ৰেই যোগদান কৰিব বিজেপিত- বিধায়ক প্ৰশান্ত ফুকন

কংগ্ৰেছৰ ৮ বিধায়কে শীঘ্ৰেই যোগদান কৰিব বিজেপিত- বিধায়ক প্ৰশান্ত ফুকন

কংগ্ৰেছৰ ৮ বিধায়কে শীঘ্ৰেই বিজেপিত যোগদান কৰিব বুলি বিধায়ক প্ৰশান্ত ফুকনে এক মন্তব্য প্ৰকাশ কৰে। তেওঁ কয় "কোনে কোনে যোগদান ...

“ঢেকেৰী” শব্দৰে আহোম নেতাৰ কলিতা জনগোষ্ঠীক অপমানৰ অভিযোগ; জকি উঠিল কলিতা জনগোষ্ঠী সন্মিলন

“ঢেকেৰী” শব্দৰে আহোম নেতাৰ কলিতা জনগোষ্ঠীক অপমানৰ অভিযোগ; জকি উঠিল কলিতা জনগোষ্ঠী সন্মিলন

বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে সৰৱ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শণিবাৰে টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখপাত্ৰ ...

স্বাস্থ্য বিভাগত অবৈধভাৱে নিযুক্ত কেইবা শতাধিক কৰ্মচাৰী; নথি-পত্ৰ জমা দিয়াৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

স্বাস্থ্য বিভাগত অবৈধভাৱে নিযুক্ত কেইবা শতাধিক কৰ্মচাৰী; নথি-পত্ৰ জমা দিয়াৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

অবিভক্ত শিৱসাগৰ জিলাত কৰ্মৰত হৈ আছে অবৈধভাৱে নিযুক্ত কেইবা শতাধিক কৰ্মচাৰী। স্বাস্থ্য বিভাগৰ বিভিন্ন পদত কৰ্মৰত ৯১ গৰাকী কৰ্মচাৰীৰ নিযুক্তি ...

আৰ এছ এছ, বিজেপিৰ কথামতে অসমীয়া জাতিৰ কফিনত শেষ গজালটো মাৰিবৰ কাৰণে সাজু হৈছে হিমন্ত বিশ্বঃ অখিল গগৈ

আৰ এছ এছ, বিজেপিৰ কথামতে অসমীয়া জাতিৰ কফিনত শেষ গজালটো মাৰিবৰ কাৰণে সাজু হৈছে হিমন্ত বিশ্বঃ অখিল গগৈ

আৰ এছ এছ, বিজেপিৰ কথামতে অসমীয়া জাতিৰ কফিনত শেষ গজালটো মাৰিবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ কেৰিয়াৰ বচাবৰ কাৰণে অসমীয়া ...

১২ ৰ পৰা ১৮ বছৰ বয়সৰ লোকক কৰ্বেভেক্সৰ প্ৰয়োগত অনুমোদন ভাৰতৰ

ভাৰতত পুনৰ দ্ৰুত গতিত সংক্ৰমিত কোভিড, অধিক হাৰত বুষ্টাৰ ডজ প্ৰদানৰ পৰামৰ্শ দিল্লীৰ চিকিৎসকৰ

কোভিডৰ চতুৰ্থ ঢৌৱে জোকাৰি গৈছে ভাৰতক। এনে সময়তে কোভিডৰ বুষ্টাৰ ডজ প্ৰদানৰ কামো সমানে চলি আছে। কিন্তু এতিয়াও বহু লোকে ...

Page 5 of 4876 1 4 5 6 4,876

Recent News