• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যাদ উকলি গৈছে ঔষধৰ! এই ১৭টা ঔষধ এতিয়াই টয়লেটত ফ্লাছ কৰক, নহ’লে বাঢ়িব বিপদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2025 3:04 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘৰত ৰখা ঔষধৰ ম্যাদ উকলি গ’লে আমি সাধাৰণতে ডাষ্টবিনত বা যিকোনো ঠাইত পেলাই দিওঁ। কিন্তু চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনে (চিডিএছচিঅ’) নিৰ্দেশ দিছে যে এনেদৰে কিছুমান ঔষধ পেলাই নিদিব। চিডিএছচিঅ’ই পৰামৰ্শ দিয়ে যে সেই বিশেষ ঔষধবোৰ টয়লেটৰ কমোডত ফ্লাছ কৰি দিয়াই ভাল।

চিডিএছচিঅ’ৰ মতে, ম্যাদ উকলি যোৱা, অব্যৱহৃত ঔষধৰ অনুচিত নিষ্কাশন জনস্বাস্থ্য, পশু স্বাস্থ্য আৰু পৰিৱেশৰ বাবে বিপদজনক হ’ব পাৰে। চিডিএছচিঅ’ৰ এখন বিজ্ঞপ্তিতো উল্লেখ কৰা হৈছে যে এনেদৰে ঔষধ নিষ্কাশন কৰাটো এন্টিমাইক্ৰ’বিয়াল ৰেজিষ্টেন্স (AMR) বৃদ্ধিৰ অন্যতম মূল কাৰণ।

Apply Now

একেখন বিজ্ঞপ্তিতে কম সংখ্যক ঔষধৰ তালিকাও উল্লেখ কৰা হৈছে যিবোৰ বিশেষভাৱে ক্ষতিকাৰক হ’ব পাৰে আৰু কিছুমান ক্ষেত্ৰত মাৰাত্মক হ’ব পাৰে যদিহে ঔষধটো প্ৰেছক্ৰিপচন কৰা ব্যক্তিজনৰ বাহিৰে আন কোনোবাই ব্যৱহাৰ কৰে।

জাননীখনত কোৱা হৈছে যে, “ঘৰৰ মানুহ আৰু পোহনীয়া জন্তুৰ বিপদ ৰোধ কৰিবলৈ ম্যাদ উকলি যোৱা, অবাঞ্চিত বা অব্যৱহৃত ঔষধ চিংক বা টয়লেটত ফ্লাছ কৰি দিয়া উচিত।”

তালিকাত থকা ঔষধসমূহ হ’ল, ফেণ্টানাইল, ফেণ্টানাইল চাইট্ৰেট, মৰ্ফিন ছালফেট, বুপ্ৰেন’ৰফিন, বুপ্ৰেন’ৰফিন হাইড্ৰ’ক্লৰাইড, মিথাইলফেনিল্ডিন, মেপিৰিডিন হাইড্ৰ’ক্লৰাইড, ডায়েজেপাম, হাইড্ৰ’মৰ্ফোন হাইড্ৰ’ক্লৰাইড, মিথাডন হাইড্ৰ’ক্লৰাইড, হাইড্ৰ’ক’ডন বিটাৰ্টৰেট, টেপেণ্টাডল, অক্সিমৰ্ফোন হাইড্ৰ’ক্লৰাইড, অক্সিক’ডন, অক্সিকোডন হাইড্ৰক্লৰাইড, ছডিয়াম অক্সিবেট, ট্ৰেমাডল।

চিডিএছচিঅ’ৰ লক্ষ্য হৈছে মানুহ, জীৱ-জন্তু আৰু পৰিৱেশৰ ক্ষতি হ্ৰাস কৰা। যদি এই ঔষধবোৰ অনুচিতভাৱে পেলাই দিয়া হয় তেন্তে লেণ্ডফিলত গৈ মাটি আৰু পানী দূষিত হ’ব পাৰে। সকলো ম্যাদ উকলি যোৱা ঔষধ ফ্লাছ কৰাৰ প্ৰয়োজন নাই। চিডিএছচিঅ’ই বিশেষভাৱে ১৭টা ঔষধ চিনাক্ত কৰিছে, য’ত ফেণ্টানাইল আৰু অক্সিকোডনৰ দৰে অপিঅ’ইড, ট্ৰেমাডল আৰু মিথাইলফেনিডেটৰ দৰে মনোৰোগৰ ঔষধ, যিবোৰ টয়লেট বা চিঙ্কত ফ্লাছ কৰা উচিত।

ঔষধ নিয়ন্ত্ৰণ সংস্থাটোৱে লক্ষ্য কৰিছে যে যদি কোনো লেণ্ডফিল অসুৰক্ষিত হয়, তেন্তে ম্যাদ উকলি যোৱা ঔষধবোৰ স্কেভেঞ্জাৰ আৰু শিশুৰ সংস্পৰ্শলৈ আহিব পাৰে। চিডিএছচিঅ’ই কয় যে, “বৰ্জ্য ঔষধৰ স্তূপৰ পৰা বা ছৰ্টিং কৰাৰ সময়ত ম্যাদ উকলি যোৱা ঔষধ পুনৰ বিক্ৰী আৰু অপব্যৱহাৰ কৰিব পাৰে। বেছিভাগ ঔষধৰ ম্যাদ উকলি যোৱাৰ পিছত কম ফলপ্ৰসূ হয়, আৰু কিছুমান ঔষধে বিভিন্ন বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।”

এই ঔষধবোৰ যদি অসাৱধানতাৰে পেলাই দিয়া হয় বা মজুত কৰা হয় তেন্তে কি বিপদ হ’ব পাৰে? এজন চিকিৎসকে ম্যাদ উকলি যোৱা ঔষধৰ অনুচিত নিষ্কাশনক প্ৰকৃত বিপদ বুলি অভিহিত কৰিছে। কিছুমান বিষনাশক, উদ্বেগজনক ঔষধ বা টোপনিৰ বড়ি ভুলকৈ খালে বিপৰীত প্ৰতিক্ৰিয়া হ’ব পাৰে। আনকি বিষক্ৰিয়াও হ’ব পাৰে।

চিডিএছচিঅ’ৰ স্থিতিৰ সৈতে একমত হৈ চিকিৎসকগৰাকীয়ে কয় যে কিছুমান উচ্চ বিপদজনক ঔষধ যেনে অপিঅ’ইড আৰু চিডেটিভৰ দৰে ঔষধ ফ্লাছ কৰিলে আকস্মিক ব্যৱহাৰ বা অপব্যৱহাৰ ৰোধ কৰাত সহায়ক হ’ব পাৰে।

উল্লেখযোগ্য যে ম্যাদ উকলি যোৱা ঔষধ বুলিলে লেবেলত উল্লেখ কৰা ম্যাদ উকলি যোৱাৰ তাৰিখ অতিক্ৰম কৰা ঔষধক বুজোৱা হয়। অব্যৱহৃত ঔষধ বুলিলে এনে ঔষধক বুজোৱা হয় যিবোৰ ব্যক্তিৰ বাবে প্ৰেছক্ৰিপচন বা ক্ৰয় কৰা ব্যক্তিয়ে ব্যৱহাৰ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd