• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2025 12:58 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ বৈচিত্ৰ্য ইমানেই গভীৰ আৰু চহকী যে প্ৰতিখন ৰাজ্যৰ সাজ পোছাক, খাদ্য, আৰু কথা কোৱা শৈলিয়ে এক সুকীয়া পৰিচয় গঠন কৰে।

অসমীয়া পৰম্পৰাগত সাজ পোছাৰ এটি অন্যতম মূল্যৱান প্ৰতীক হৈছে চাদৰ-মেখেলা,  যাক এতিয়া বিশ্বজুৰি স্বীকৃতি দিয়া হৈছে। এই পৰম্পৰাগত সাজ পোছাকক বিশ্বব্যাপী স্বীকৃতি দিয়াৰ কৃতিত্ব অসম কন্যা সংযুক্তা দত্তৰ। এগৰাকী উদ্যমী আৰু প্ৰতিভাৱান ফেশ্বন ডিজাইনাৰ হিচাপে তেওঁ অসমৰ হস্ততাঁত শিল্পক বিশ্ব মঞ্চত আগবঢ়াই আনিছে।

Apply Now

সংযুক্তা দত্তৰ সৃষ্টি বিভিন্ন দেশৰ মাজত প্রদৰ্শিত হৈ অজস্ৰ লোকক আকৰ্ষিত কৰিছে। অসমৰ সাংস্কৃতিক পৰিচয়ক বিশ্ববাসীৰ আগত নিখুত ভাবে উপস্থাপন কৰি তেওঁ নিজৰ পৃথক পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, ভাৰতৰ শীৰ্ষ ফেশ্বন ডিজাইনাৰসকলৰ মাজত অসম কন্যা সংযুক্তা দত্ত অন্যতম। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসম কন্যা সংযুক্তা দত্তৰ হস্ততাঁত বস্ত্ৰৰ ডিজাইনে ইতিমধ্যে মুদ্ধ কৰিছে অজস্ৰজনক ।

 সংযুক্তা দত্তৰ জন্ম হৈছিল অসমৰ গুৱাহাটীত ৷ অভিযান্ত্ৰিক বিষয়ত অধ্যয়ন কৰিছিল যদিও ফেশ্বন আৰু পৰম্পৰাগত বয়নৰ প্ৰতি সদায় আগ্ৰহী আছিল। ২০১৩ চনত তেওঁৰ ফেশ্বন লেবেল “SANJUKTA” মুকলি কৰে, যাৰ লক্ষ্য হৈছে পৰম্পৰাগত অসমীয়া বস্ত্ৰশিল্পক সমসাময়িক ডিজাইনেৰে বিশ্ববাসীৰ আগত উপস্থাপন কৰা।

অসমৰ সংস্কৃতি আৰু শিপিনীৰ কলাৰ স্বীকৃতি দিয়াৰ উদ্দেশ্যে সংযুক্তা দত্তই, বহু মঞ্চত চাদৰ-মেখেলাক আধুনিক ৰূপত উপস্থাপন কৰিছিল। যেনে- লণ্ডন ফেশ্বন উইক, ইয়াত সমযুক্তাই চাদৰ-মেখেলাক আধুনিক পশ্চিমীয়া কাট দিছিল, যিয়ে পশ্চিমীয়া দৰ্শককো আকৰ্ষণ কৰিছিল ৷ হলিউড আৰু বলিউডৰ বহু বিখ্যাত চেলিব্ৰিটিয়ে তেওঁৰ দ্বাৰা ডিজাইন কৰা অসমীয়া সাজ-পোছাক পৰিধান কৰি বিশ্ব পৰ্যায়ত ইয়াৰ স্বীকৃতি বৃদ্ধি কৰিছে ৷

লেকমে ফেশ্বন উইক,তেওঁ প্ৰথমবাৰৰ বাবে চাদৰ-মেখেলাক হাই ফেশ্বন প্লেটফৰ্মত উপস্থাপন কৰিছিল, য’ত ইয়াৰ সৌন্দৰ্য্য আৰু মৌলিকতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷

সংযুক্তা দত্ত কেৱল এগৰাকী ফেচন ডিজাইনাৰে নহয়, তেওঁ অসমৰ বহুতো শিপিনীক কাম আৰু স্বীকৃতি প্ৰদান কৰিছিল, যাৰ ফলত মহিলাসকল অৰ্থনৈতিক ভাবে স্বাৱলম্বিতাৰ পথ পাইছিল।

সংযুক্তা দত্তই চাদৰ-মেখেলাক নতুন ৰূপ দিছিল, কেতিয়াবা বেল্ট পিন্ধি, কেতিয়াবা জেকেট ষ্টাইলত, কেতিয়াবা স্কাৰ্ট কেতিয়াবা আকৌ ট্ৰাউজাৰ লৈ ৷ এনেদৰে তেওঁ পৰম্পৰাগত সাজ-পোছাক যোৰৰ বিভিন্ন ৰূপ প্ৰদান কৰিছে।

শেহতীয়াকৈ বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ মহোৎসৱ ‘কাঁ মহোৎসৱ’ত সংযুক্তা দত্তই ডিজাইন কৰা পোচাকেৰে ৰেড কাৰ্পেটত খোজ দিয়ে মোহময়ী মডেলে। অসমৰ পৰম্পৰাগত চাদৰ-মেখেলাক বিশ্বৰ ফেশ্বন মেপত স্থান দিয়াটো ইমান সহজ কাম নাছিল ৷ কিন্তু সংযুক্তা দত্তই সাংস্কৃতিক মোহ আৰু ফেশ্বনৰ গভীৰ বুজাবুজিৰে ইয়াক সম্ভৱ কৰি তুলিলে।

এই কামৰ ফলত সংযুক্তা দত্তই বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰশংসা লাভ কৰে ৷ ইয়াৰ উপৰিও উত্তৰ-পূব ফেশ্বন এক্সেলেন্স বঁটা, বোগ ইণ্ডিয়াত ফিচাৰ, ফেমিনা পাৱাৰ লিষ্ট, বঁটা লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd