Ram Madhab

চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাছতে উত্থাপন কৰা হ’ব নাগৰিকত্ব বিধেয়ক : ৰাম মাধৱ

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিজেপিৰ বিৰুদ্ধে ৰাজ্যখনত সৃষ্টি হোৱা প্ৰতিবাদী আন্দোলনৰ পাছত এইবাৰ লোকসভা নিৰ্বাচনত বিষয়টোৱে প্ৰভাৱ পেলোৱাৰ শংকা দূৰ ...

IMG_20190415_141702

কৃষ্ণাই প্ৰেছ ক্লাৱৰ ব্যতিক্ৰমী অনুষ্ঠান ‘ব’হাগ মাথোঁ এটি ঋতু নহয়’

গোৱালপাৰা জিলাৰ কৃষ্ণাই প্ৰেছ ক্লাৱৰ ব্যতিক্ৰমী অন্তৰংগ অনুষ্ঠান ’ব’হাগ মাথোঁ এটি ঋতু নহয়’ সোমবাৰে প্ৰথম ব’হাগৰ দিনা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ...

Dryday_top-i

আজিৰ পৰা ১৮ এপ্ৰিললৈ ড্ৰাই ডে’ ঘোষণা মহানগৰ জিলা প্ৰশাসনৰ

লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে জিলাখনত আজি বিয়লি ৫ বজাৰ পৰা পৰা ১৮ এপ্ৰিল অৰ্থাৎ বৃহস্পতিবাৰলৈ ড্ৰাই ...

7433569e

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক্ক্ষণত কেইবা লক্ষাধিক টকা জব্দ আৰক্ষীৰ

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত সোমবাৰে নিশাৰ ভাগত অসম আৰক্ষীয়ে ৰাজ্যখনৰ কেবাটাও স্থানৰ পৰা কেইবা লক্ষাধিক টকা জব্দ কৰিবলৈ সক্ষম ...

15-04-19 Dima Hasao- polling officials carrying EVMs & VVPATs (4)

বতৰৰ বিধি পথালি : আজি বিয়লি অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ

ৰঙালী বিহুৰ উলাহৰ মাজতে সপ্তমত উঠা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আজি অন্ত পৰিব। আজি বিয়লি ৫ বজাৰ লগে লগে ...

himanta-mangaldai-road-show-750x375

‘খিলঞ্জীয়া লোকক বচাবলৈ বিজেপিক ভোট দিয়ক’-হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যখনৰ বিত্ত মন্ত্ৰী তথা বিজেপি নেতা ড০ হিমন্ত হিশ্ব শৰ্মাই মঙলদৈৰ খিলঞ্জীয়া ভোটাৰসকলক তেওঁলোকৰ নতুন প্ৰজন্মৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ...

Sivasagar rural journalist felicitated

শিৱসাগৰ গ্ৰাম্য সাংবাদিক সংস্থাৰ ব্যতিক্ৰমী প্ৰয়াস; ঘৰে ঘৰে গৈ বিশিষ্ট ব‍্যক্তিক জনালে বিহুৰ ওলগ

পহিলা বহাগৰ দিনটোত শিৱসাগৰ গ্ৰাম্য সাংবাদিক সংস্থাই ল'লে এক ব্যতিক্ৰমী পদক্ষেপ। জিলাখনৰ দিচাংমুখ, বানমুখ আৰু জাঁজী অঞ্চলৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিৰ ঘৰত সংস্থাৰ ...

Page 5007 of 6682 1 5,006 5,007 5,008 6,682

Recent News