শুৱালকুছি নদী আৰক্ষীয়ে পুৰি উছন কৰিলে কেইবা বিঘা ভাঙৰ খেতি
চৰ অঞ্চলৰ পৰা নিয়ন্ত্ৰিত হয় ৰাজ্যৰ গাঞ্জাৰ বৃহৎ অবৈধ ব্যৱসায়। কামৰূপৰ ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰপাৰা চৰত শুৱালকুছি নদী আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে ...
চৰ অঞ্চলৰ পৰা নিয়ন্ত্ৰিত হয় ৰাজ্যৰ গাঞ্জাৰ বৃহৎ অবৈধ ব্যৱসায়। কামৰূপৰ ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰপাৰা চৰত শুৱালকুছি নদী আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে ...
"অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সমূহৰ সামূহিক নিৰাপত্তাৰ স্বাৰ্থত বিজেপি, অগপ আৰু বিপিএফ ঐক্যবদ্ধ হৈছিল। বিজেপিৰ সৈতে এই মিত্ৰতা আগন্তুক সময়তো ...
আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰে এ এছ বোপান্নাই। ৰাতিপুৱা ৯.৩০ বজাত ৰাজভৱনৰ দৰবাৰ হলত এক ...
‘’কংগ্ৰেছত থাকি ২৫ টা বছৰ অপচয় কৰাৰ বাবে মই অনুতপ্ত। মই যেতিয়া ভাৰতীয় জনতা যুৱ মৰ্চাৰ সদস্যসকলক লগ পাওঁ, আপোনালোক ...
অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৩০ অক্টোবৰ অৰ্থাৎ মঙলবাৰে বোকাখাতৰ ধনশিৰি মুখত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ অসমৰ অধীনত ...
চাংসাৰিত স্থাপন হ’বলগীয়া এইমছৰ ভূমিত দেওবাৰে উপস্থিত হয় কেন্দ্ৰীয় চৰৰকাৰৰ এটি পৰ্যবেক্ষকৰ দল। কেন্দ্ৰীয় স্বাস্থ্য সচিব প্ৰীতি সুদনৰ নেতৃত্বত উচ্চ ...
আগন্তুক লোকসভা নিৰ্বাচনলৈ সাজু হৈছে মেঘালয় কংগ্ৰেছ। ২০১৯ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত মেঘালয়ৰ অতি সন্মানীয় চিলং সমষ্টিৰ পৰা পুনৰবাৰ কংগ্ৰেছৰ হৈ ...
আগশাৰীৰ ফেশ্বন আলোচনী ভ’গ ইণ্ডিয়াই যোৱা বছৰৰ পৰা প্ৰদান কৰিছে বছৰটোৰ শ্ৰেষ্ঠ মহিলা বঁটা। চলিত বৰ্ষৰ বাবে ভ’গ ইণ্ডিয়াই এই ...
নগাঁও আৰক্ষীয়ে এ কে ৪৭ , এছ এল আৰ, ষ্টেনগান, নাইন এম এম আদিৰ দৰে মাৰণাস্ত্ৰ একাষৰীয়াকৈ থৈ এক সৃষ্টিশীল ...
ৰাজ্যখনৰ স্বাস্থ্যকেন্দ্ৰসমূহত কৰ্মৰত ১২,০০০ এ এন এম আৰু এল এইচ এছ কৰ্মচাৰীৰ বিভিন্ন দাবী চৰকাৰে পূৰণ নকৰাৰ অভিযোগ তুলি সদৌ ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd