• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছত থাকি জীৱনৰ ২৫ বছৰ অপচয় কৰিলো : হিমন্ত বিশ্ব শৰ্মা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 29, 2018 12:32 pm
HBS-702x430

হায়দৰাবাদত বিজেপি যুৱ মৰ্চাৰ যুৱ মহা অধিৱেশনত হিমন্ত বিশ্ব শৰ্মা।

390
VIEWS
Share on FacebookShare on Twitter

‘’কংগ্ৰেছত থাকি ২৫ টা বছৰ অপচয় কৰাৰ বাবে মই অনুতপ্ত। মই যেতিয়া ভাৰতীয় জনতা যুৱ মৰ্চাৰ সদস্যসকলক লগ পাওঁ, আপোনালোক সকলোৱে  ‘ভাৰত মাতা কি জয়’ ধ্বনি দিয়া দেখি অন্তৰ চুই যায়। কংগ্ৰেছত আমাক ‘ৰাহুল গান্ধী কি জয়’ শিকোৱা হৈছিল।‘’

তেলেংগানাৰ হায়দৰাবাদত চলি থকা ভাৰতীয় জনতা যুৱ মৰ্চাৰ যুৱ মহা অধিৱেশনত দেওবাৰে ভাষণ দি অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। তেওঁ এই ভাষণত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক আক্ৰমণৰ প্ৰধান লক্ষ্য কৰি লয়।

কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি শৰ্মাই কয় যে ৰাফেল চুক্তিৰ বিষয়টোত কংগ্ৰেছ দলে পাকিস্তানৰ সৈতে মিলি ভাৰতক অস্থিৰ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।

কংগ্ৰেছে স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ বৰঙণি যোগোৱা সুভাষ চন্দ্ৰ বসু আৰু চৰ্দাৰ বল্লভ ভাই পেটেলক অৱজ্ঞা কৰি আহিছে বুলি উল্লেখ কৰি শৰ্মাই কয় যে কংগ্ৰেছৰ সভাবোৰত মহাত্মা গান্ধী, চৰ্দাৰ বল্লভ ভাই পেটেল, সুভাষ চন্দ্ৰ বসুৰ নাম লোৱা নহয়।

তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ বৰ্তমান বিজেপি চৰকাৰে চৰ্দাৰ পেটেল, সুভাষ বসু, গোপীনাথ বৰদলৈৰ দৰে নেতাসকলৰ বৰঙণিৰ কথা স্বীকাৰ কৰে।

বিজেপিৰ অৰ্বাচীন নেতাজনে লগতে কয় যে নেহৰুৱে চীনৰ আক্ৰমণৰ সময়ত অসমক প্ৰায় এৰি দিছিল, কিন্তু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক অৱিচ্ছেদ্য অংগ বুলি কয়। প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ সভাপতি অমিত শ্বাহে উত্তৰ-পূৰ্বাঞ্চলক ৰাষ্ট্ৰীয় মূলসুঁতিলৈ অনাৰ বাবে নিৰৱিচ্ছিন্নভাৱে কাম কৰি আছে।

অনুষ্ঠানত উপস্থিত থকা বিজেপিৰ যুৱ মৰ্চাৰ সদস্যসকলৰ আগত তেওঁ উদাত্ত কণ্ঠে কয় যে আগন্তুক ২০১৯’ৰ লোকসভা নিৰ্বাচনত আকৌ এবাৰ বিজেপিয়ে ৪০০ তকৈয়ো অধিক আসনত বিজয়ী হ’ব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd