তেজপুৰত চাঞ্চল্য : ছেক্ৰেড হাৰ্ট স্কুলৰ তিনিজন ছাত্ৰ সন্ধানহীন; বিদ্যালয়ৰ শাস্তিৰ ভয়তে আত্মগোপনৰ সন্দেহ
তেজপুৰৰ মাজগাওঁস্থিত এখন আগশাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ তিনিজনকৈ ছাত্ৰ সন্ধানহীন হোৱাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ নাম ছেক্ৰেড ...