• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক ডাষ্টবিনলৈ দলিয়াবলৈ আহ্বান ঐক্য সেনা অসমৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 27, 2018 5:38 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দু বাংলাদেশী বিষয়টোত ৰাজ্যৰ কিছু সংখ্যক বাঙালী সংগঠন, ৰাজ্য চৰকাৰ আৰু শেহতীয়াভাৱে অসম সাহিত্য সভাই লোৱা দুমুখীয়া স্থিতিক আজি তীব্ৰ সমলোচনা কৰিছে ঐক্য সেনা অসমে।

ইয়াৰ লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন ডাষ্টবিনত দলিয়াবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী কৰে সংগঠনটোৱে।

Apply Now

আজি ঐক্য সেনা অসমৰ যোৰহাট জিলা সমিতি গঠনৰ উদ্দেশ্যে বিষ্টুৰাম ভৱনত আয়োজিত এখন সভাত অংশগ্ৰহণ কৰি সংগঠনটোৰ মুখ্য সম্পাদক শ্বহিদুল ইছালামে বিষয়টোত সংগঠনটোৰ এই স্থিতি দাঙি ধৰে।

তাৰোপৰি শ্বহিদুল ইছলামে ভিন্ন জাতি-জনগোষ্ঠীৰ মাজত থকা সম্প্ৰীতিৰ বান্ধোনত বিষবাষ্প সিঁচি দিয়া শিলাদিত্যৰ দৰে নেতা পালি নেতাক ইতিহাসে ক্ষমা নকৰে বুলি কৈ এনে দেশদ্ৰোহী ব্যক্তিক গণবিছন্ন কৰিব লাগে বুলিও মন্তব্য কৰে।

আনহাতে অনু্ষ্ঠানত ঐক্য সেনা অসমৰ মুখ্য মুখপাত্ৰ কমল কুমাৰে অংশ গ্ৰহণ কৰি জাতিধ্বংসী বিধেয়ক সম্পৰ্কত অসম গণ পৰিষদ কেবিনেট মন্ত্ৰী অতুল বৰা, কেশব মহন্ত আৰু ফণীভূষণ চৌধূৰীৰ শেহতীয়া স্থিতিক সমলোচনা কৰি লোভ বাদ দি ৰাইজৰ স্বাৰ্থত বিজেপি দল ত্যাগ কৰিবলৈ আহ্বান জনায়।

লগতে তেওঁ চহিদৰ কেঁচা তেজক সন্মান কৰিব নজনা কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ দুমুখীয়া নীতিৰ বাবেই অসমবাসীয়ে নিজৰ জাতীয় সত্তা হেৰুওৱাৰ উপক্ৰম হৈছে বুলিও মন্তব্য কৰে।

কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ মহন্তই সভাপতিত্ব কৰা উক্ত সভাত মুখ্য সাংগঠনিক সম্পাদক প্ৰতিভা নাথ, সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকা, কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মনোৰঞ্জন বৰা, সম্পাদিকা অনিতা ভূঞা, উপ সভানেত্ৰী স্বপ্না গগৈ আদিয়ে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে আজিৰ সভাতে ৱাকিব আখতাৰক সভাপতি, ৰঞ্জন দত্তক কাৰ্যকৰী সভাপতি, সিদ্ধাৰ্থ বৰুৱাক মুখ্য সম্পাদক আৰু লুটফুৰ ৰহমানক সাধাৰণ সম্পাদক হিচাপে লৈ ঐক্য সেনা অসমৰ যোৰহাট জিলাৰ ৫১ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm
উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd