• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেজপুৰত চাঞ্চল্য : ছেক্ৰেড হাৰ্ট স্কুলৰ তিনিজন ছাত্ৰ সন্ধানহীন; বিদ্যালয়ৰ শাস্তিৰ ভয়তে আত্মগোপনৰ সন্দেহ

শেহতীয়া বাতৰি মতে ছাত্ৰকেইজনৰ সন্ধান লাভ কৰিছে

মণিমালা বৰা by মণিমালা বৰা
October 27, 2018 8:56 pm
Student Missing

নিৰুদ্দেশ হোৱা তিনিজন ছাত্ৰৰ দুজন।

246
VIEWS
Share on FacebookShare on Twitter

তেজপুৰৰ মাজগাওঁস্থিত এখন আগশাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ তিনিজনকৈ ছাত্ৰ সন্ধানহীন হোৱাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ নাম ছেক্ৰেড হাৰ্ট স্কুল।

অভিভাৱকে জানিবলৈ দিয়ামতে, ষষ্ঠ শ্ৰেণীৰ ছাত্ৰকেইজন বিদ্যালয়ৰ ছুটীৰ পিছত ঘৰলৈ ঘূৰি যোৱা নাই। তেওঁলোকৰ নাম ক্ৰমে অনিক জ্যোতি পটংগীয়া, প্ৰতীক বাৰিক আৰু চনুকুমাৰ সিং।

ইপিনে ছাত্ৰকেইজনৰ অভিভাৱকে সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও এই মুহূৰ্তলৈকে সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে।

ছাত্ৰকেইজনৰ অভিভাৱকে অভিযোগ কৰিছে যে য়ুনিট টে’ষ্টত নম্বৰ কম পালে বিদ্যালয় কৰ্তৃপক্ষই, বিশেষকৈ অধ্যক্ষ আৰু এগৰাকী শিক্ষয়িত্ৰীয়ে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ ভয় দেখুৱাইছিল। ছাত্ৰকেইজনে ইয়াৰ ভয়তে ঘৰলৈ নাহি আন ক’ৰবাত আশ্ৰয় লোৱাৰ সম্ভাৱনা আছে।

ছাত্ৰকেইজনৰ অভিভাৱক এতিয়াও চৰম দুশ্চিন্তাত সময় কটাইছে। কোনোবাই ছাত্ৰকেইজনৰ সন্ধান পালে খবৰ দিবলৈ আহ্বান জনাইছে।

শেহতীয়া বাতৰি মতে ছাত্ৰকেইজনক এজন জ্যেষ্ঠ ব্যক্তিয়ে এঠাইত দেখা পাই সদৰ আৰক্ষী থানাত গতাই দিছে। সদৰ আৰক্ষীয়ে ইতিমধ্যে অভিভাৱকৰ সৈতে যোগাযোগ কৰিছে।

Recent News

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd