মুখ্য মন্ত্ৰীৰ আশ্বাস সত্ত্বেও ন্যায় নাপালে সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ দ্বাৰা অপদস্থ সচিবালয় কৰ্মচাৰীয়ে : ৬ ছেপ্তেম্বৰত সচিবালয় সেৱা সন্থাৰ প্ৰতিবাদ
মুখ্য মন্ত্ৰীৰ আশ্বাস সত্ত্বেও শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগত অসম সচিবালয় সেৱা সন্থাৰ সংঘাতৰ ঘটনাটোৰ কোনো মীমাংসা আজি পৰ্য্যন্ত নহ’ল। ...